• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামৰূপ আৰক্ষী আৰু আৰপিএফৰ দ্বাৰা ভুৱা ৰে’লৱে টিকটৰ ব্যৱসায়ী গ্ৰেপ্তাৰ

অক্ষয় প্ৰণব কলিতা by অক্ষয় প্ৰণব কলিতা
November 2, 2018 7:00 pm
WhatsApp Image 2018-11-02 at 4.10.07 PM (1)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুৱা বুকিং চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত ৰে’লৱে সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে নামৰূপৰ শৰ্মা তিনিআলিৰ ললিত আগৰৱালা নামৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰে। এই লোকজনে গ্ৰবেল ট্যুৰ এণ্ড ট্ৰেভেলছ নামৰ এজেঞ্চি এটা চলাই আছিল। এই এজেঞ্চিটোৰ জৰিয়তে লোকজনে ৱাৰেণ্ট ব্যৱহাৰ কৰি ৰে’লৱে টিকটৰ ভুৱা টিকট বিক্ৰি কৰি আছিল।

নামৰূপ আৰক্ষী আৰু আৰু ৰে’লৱে সুৰক্ষা বাহিনীয়ে যুটীয়াভাৱে অভিযান চলাই লোকজনে গ্ৰবেল ট্যুৰ এণ্ড ট্ৰেভেলছ নামৰ এজেঞ্চিটোৰ সন্দৰ্ভত অনুসন্ধান চলাই ললিত আগৰৱালাৰ নামত থকা ১০খন পৰিচয়পত্ৰ উদ্ধাৰ কৰে।

Apply Now

আৰক্ষী সূত্ৰত প্ৰকাশ যে এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত ললিত আগৰৱালাক নিৰীক্ষণৰ মাজত ৰাখিছিল।

সঠিক সাক্ষ্য সংগ্ৰহ কৰাৰ পাছত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয়। অনুসন্ধানৰ সময়ত ৰে’লৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শক প্ৰেমানন্দ বিশ্বকৰ্মাই কৈছে যে লোকজনে সমগ্ৰ ভাৰততে গ্ৰবেল ট্যুৰ এণ্ড ট্ৰেভেলছে বহু বছৰ ধৰি অবৈধ এই টিকট ব্যৱসায়ৰ চক্ৰটো চলাই আহিছিল।

সূত্ৰটোৱে আৰু কৈছে যে ললিত আগৰৱালাৰ নামত পঞ্জীয়নকৃত পৰিচয়পত্ৰখন ২০১০ চনত বাতিল হৈছিল যদিও অবৈধভাৱে তেওঁ টিকটৰ ব্যৱসায় চলাই গৈছিল।

অনুসন্ধানৰ সময়ত ললিত আগৰৱালাৰ এজেঞ্চিৰ পৰা এটা লেপটপ, কেইটামান মোবাইল ছেট আৰু কিছু পৰিমাণৰ টকা জব্দ কৰা হয়। ৰে’লৱে আৰক্ষী সুৰক্ষা বাহিনীয়ে গ্ৰবেল ট্যুৰ এণ্ড ট্ৰেভেলছৰ মালিক ললিত আগৰৱালাক গ্ৰেপ্তাৰ কৰি ৰে’লৱে প্ৰধান কাৰ্যালয়লা প্ৰেৰণ কৰে।

অক্ষয় প্ৰণব কলিতা

অক্ষয় প্ৰণব কলিতা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd