• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এদিনতে ২২৩কোটি টকাৰ ব্যৱসায় কৰি ‘বাহুবলী-২’ৰ অভিলেখ ভংগ কৰিলে ৰাজামৌলিৰ RRR-য়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2022 11:26 am
WhatsApp Image 2022-03-27 at 10.41.08 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অৱশেষত মুক্তি পাইছে ৰাজামৌলিৰ আন এখন বিগ বাজেটৰ ছবি ‘RRR’য়ে। ২৫মাৰ্চত মুক্তি পোৱা ছবিখনে এদিনতে বিশ্বজুৰি ২২৩কোটি টকাৰ ব্যৱসায় কৰিছে। অকল ভাৰততে ছবিখনে এদিনত ১৫৬কেটি টকা সংগ্ৰহ কৰিছে।

ৰাজামৌলিয়ে এইদৰে তেওঁৰ নিজৰেই অভিলেখ ভংগ কৰিছে। তেওঁৰ ছবি ‘বাহুবলী-২’য়ে এদিনত ১২১ কোটি টকাৰ ব্যৱসায় কৰি অভিলেখ গঢ়িছিল।  

Apply Now

ৰাজামৌলিৰ ‘ৰাইজ ৰ’ৰ ৰিভ’ল্ট’ক লৈ আৰম্ভণিৰে পৰাই দৰ্শকৰ প্ৰবল আগ্ৰহ আছিল। কিন্তু কৰ’না পৰিস্থিতিত কেইবাবাৰো ছবিখনৰ মুক্তিৰ দিন স্থগিত হৈছিল। ছবিখনৰ প্ৰচাৰ আৰম্ভ কৰাৰ সময়তে কৰ’নাৰ তৃতীয় ঢৌ আহি পৰিছিল।

বহুতেই ছবিখন অ’টিটি প্লেটফৰ্মতে মুক্তি দিব বুলিয়েই ধাৰণা কৰিছিল। ছবিখনৰ কলা-কুশলীসকলো ছবিখন মুক্তি নোপাৱোৰ বাবে চিন্তিত হৈ পৰিছিল। অৱশেষত RRR মুক্তি পালে।

ছবিখনত ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অজয় দেবগণ আৰু আলিয়া ভাটেও ছবিখনক আন এক মাত্ৰা প্ৰদান কৰিছে। ছবিখনৰ নিৰ্মাণত পৰিচালকে তিনিশ কোটিতকৈয়ো অধিক টকা খৰচ কৰিছে। অৱশ্যে মুক্তি প্ৰথম দিনটোতে ছবিখনে কৰা ব্যৱসায়ে গোটেই দলটোক সকাহ আনি দিছে।

ছবিখন মুঠ পাঁচটা ভাষাত মুক্তি লাভ কৰিছে। তেলেগুৰ উপৰি তামিল, কানাড়া, মালয়ালম আৰু হিন্দীত মুক্তি পোৱা ছবিখনে দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰিছে।

জানিব পৰা মতে, ছবিখনে এদিনত কৰ্ণাটকত ১৪.৫কোটি, তামিলনাডুত ১০ কোটি, কেৰালাত ৪কোটি আৰু উত্তৰ ভাৰতত ২৫কোটি টকাৰ ব্যৱসায় কৰিছে। তদুপৰি, RRR-য়ে আমেৰিকাত ৪২কোটি আৰু আমেৰিকাৰ বাহিৰে আন দেশবোৰত ২৫কোটি টকাৰ ব্যৱসায় কৰিছে। এইদৰে মুঠতে ছবিখনে এদিনতে ২২৩কোটি টকাতকৈয়ো অধিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে বলীউদৰ কোনো ছবিয়ে এতিয়ালৈকে মুক্তিৰ দ্বিতীয় সপ্তাহৰ ভিতৰতো ইমান অংকৰ ব্যৱসায় কৰিব পৰা নাই।        

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd