• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পত্নীৰ বাধা নামানি ১৩০ টকাৰে কাটিলে লটাৰীৰ টিকট, নিশাটোতে কোটিপতি এইজন লোক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 26, 2020 3:31 pm

2 min read

a llttery
333
VIEWS
Share on FacebookShare on Twitter

দুটি পুত্ৰ সন্তান আৰু পত্নীকলৈ সংসাৰ উত্তম মাইটি নামৰ লোক জনৰ।

মাইটিৰ সংসাৰক সম্পূৰ্ণ সুখৰ সংসাৰ বুলিও ক’ব নোৱাৰি, কাৰণ প্ৰতি দিনেই কিবা নহয় কিবা অভাৱ লাগিয়েই থাকে সংসাৰত।

অভাৱ-অনাটনৰ মাজেৰে দুটি সন্তানক মানুহ কৰাৰ সপোন বুকুত কঢ়িয়াই লৈ ফুৰা উত্তম মাইটিয়ে ৰাজ মিস্ত্ৰিৰ কাম কৰি ঘৰখন চলাই আহিছে।

কাম সদায় নাথাকে, সেয়ে উত্তমৰ পকেটো প্ৰায়ে খালি হৈয়েই থাকে।

অভাৱৰ মাজতো লটাৰীৰ টিকট কটাটো উত্তমৰ এক অভ্যাস বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব।

এই স্বভাৱৰ বাবে পত্নীৰ সৈতে প্ৰায়ে উত্তমৰ খকা-খুন্দা নলগাকৈয়ো নাথাকে।

পশ্চিমবংগৰ হুগলীৰ আৰামবাগৰ অন্তৰ্গত মনসাতলাৰ বাসিন্দা উত্তম মাইটি।

বৃহস্পতিবাৰে পত্নীৰ বাধাকো উপেক্ষা কৰি উত্তমে কাটিছিল এখন লটাৰীৰ টিকট।

১৩০ টকাৰে কিনা লটাৰীৰ টিকট খনেই যে তেওঁৰ ভাগ্য সলাই দিব সেয়া উত্তম মাইটিয়ে কেতিয়াও ভবা নাছিল।

কিন্তু আজি লটাৰীৰ ফলাফল লবলৈ গৈ উত্তম মাইটিৰ আচৰিত হোৱাৰ পাল।

লটাৰীৰ এক কোটি টকাৰ প্ৰথম পুৰস্কাৰ লাগিছে তেওঁ কটা টিকটৰ নম্বৰত। দৰিদ্ৰ উত্তম মুহূৰ্তৰ ভিতৰতে কোটিপতি হৈ পৰিল।

খবৰটো বনজুইৰ দৰে বিয়পি পৰিল।

আনন্দত আত্মহাৰা হোৱা উত্তম উভতি আহিৱল নিজৰ ঘৰলৈ।

ঘৰত তেতিয়া চুবুৰীয়াই ভিৰ কৰিছে। উত্তমক প্ৰশ্ন সাংবাদিকৰ—এই ধনেৰে আপুনি কি কৰিব?

উত্তমৰ হাতত নাই কোনো তাৎক্ষণিক উত্তৰ। তেওঁ মাথো ক’লে—বেলেগ কথা নাজানো, ল’ৰা দুটাক পঢ়ুৱাই মানুহ কৰিম।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd