• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰিয়াৰ জেৰাত ফাদিল; সুশান্তৰ ভনীয়েকৰ FD ৰ পৰা হৰলুকি ২.৫কোটি টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2020 10:59 am
Sushant-Singh-Rhea-Chakraborty

সুশান্ত সিং ৰাজপুত-ৰিয়া চক্ৰৱৰ্তী।

1.4k
VIEWS
Share on FacebookShare on Twitter

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰেট (ই ডি)য়ে ৰিয়া চক্ৰৱৰ্তীক চলোৱা জেৰাত বিত্তীয় হৰলুকিৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে।

প্ৰথমতে, সুশান্তৰ বেংক একাউন্টৰ পৰা প্ৰায় ১৫কোটি টকা হৰলুকি হোৱাৰ ঘটনা পোহৰলৈ আহে যাৰ তদন্ত এতিয়া তেওঁৰ চাৰ্টাৰ্ড একাউন্টেন্টৰ কাষ পাইছে।

ইডিয়ে ৰিয়া চক্ৰৱৰ্তীক চলোৱা জেৰাত ৰিয়াই সদৰী কৰে যে কোম্পানীৰ কামকাজ চোৱামেলা কৰা দুজন চাৰ্টাৰ্ড একাউন্টেন্টৰ নামত মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ সময়ত প্ৰায় ২কোটি ৬৫লাখ টকা ট্ৰেন্সফাৰ কৰা হৈছিল।

সূত্ৰ অনুসৰি, সুশান্তে নিজৰ ডাঙৰ ভনীয়েকৰ নামত চাৰে চাৰি কোটি টকা ফিক্স ডিপ’জিট কৰি ৰাখিছিল।

কিন্তু ৰিয়া সুশান্তৰ জীৱনলৈ অহাৰ পাছত দুয়োজন চাৰ্টাৰ্ড একাউন্টেন্টে ৰিয়া আৰু তেওঁৰ ভাতৃৰ সৈতে মিলি ২.৫কোটি টকা উলিয়াই নিয়ে আৰু এফডি ২কোটি টকাহে বাকী থাকে।

তদুপৰি, সুশান্তৰ কোম্পানীৰ হিচাপ-নিকাচ, বেংকৰ বহী তথা জমা কৰাৰ তথ্যৰ কিছুমান সন্দেহজনক লেনদেনৰ প্ৰমাণ ইডিয়ে লাভ কৰিছে।

ইপিনে, ৰিয়াই এই বিষয়সমূহক লৈ উত্থাপিত প্ৰশ্নসমূহৰ সঠিক উত্তৰ দিয়াৰ ক্ষেত্ৰত কিছু ধুঁৱলী-কুঁৱলীৰ সৃষ্টি কৰিছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd