• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাহৰি উৎপাদক কোম্পানীৰ বাবে উমৈহতীয়া সুবিধা কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন এনএইচপিচিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2022 2:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিম্নমুখী প্ৰভাৱ হ্ৰাস কৰিবলৈ ২০১২ৰ জুলাইত যুটীয়া পৰিচালনা সমিতিৰ পৰামৰ্শ অনুসৰি ভাৰত চৰকাৰে ৪৭০ কোটি টকাৰ এক নামনি উন্নয়ন পেকেজ  (downstream development package) অনুমোদন কৰিছিল যাৰ ভিতৰত আছে ১৪৫কোটি টকা সোৱণশিৰি নদীৰ বান্ধৰ পৰা ৩০কিলোমিটাৰ নামনিলৈকে নদীপাৰ সুৰক্ষা আৰু ভূমিস্খলন নিয়ন্ত্ৰণ, নামনি অঞ্চলসমূহত উন্নয়নমূলক কামৰ বাবে ৩২০ কোটি টকা আৰু সামাজিক সজাগতা আৰু গণজাগৰণ কাৰ্যসূচীৰ বাবে ৫কোটি টকা।

ধেমাজি আৰু লখিমপুৰ জিলাত বহনক্ষম জীৱিকাৰ হস্তক্ষেপৰ (sustainable livelihood interventions) ৰূপায়ণৰ বাবে এনএইচপিচি লিমিটেডে পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰা গুজৰাটৰ গ্ৰাম্য ব্যৱস্থাপনা প্ৰতিষ্ঠান, আনন্দৰ দ্বাৰা কৰা জৰীপৰ আধাৰত চিনাক্ত কৰা প্ৰাথমিক খণ্ডবোৰ হৈছে ডায়েৰী, হস্তশিল্প, কুকুৰা পালন, উদ্যান কৃষি, ৰেচম শিল্প, গাহৰি পালন।

এনএইচপিচি লিমিটেডে ২০১৮ৰ জুনৰ পৰা ধেমাজি আৰু লখিমপুৰ জিলাৰ সকলো মহিলা হিতাধিকাৰীৰ সৈতে ৰেচম শিল্প, গাহৰি পালন, হস্ততাঁত আঁচনিসমূহ ৰূপায়ন কৰিছে।

Apply Now

এনএইচপিচিয়ে ২০২২চনৰ ২৫নৱেম্বৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ইয়াৰ নামনি অঞ্চলসমূহত উন্নয়নমূলক কামৰ অংশ হিচাপে জীৱিকাৰ হস্তক্ষেপৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

মিচিংস্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগিয়াৰ উপস্থিতিত এনএইচপিচিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই SAAR গাহৰি উৎপাদক কোম্পানীৰ বাবে উমৈহতীয়া সুবিধা কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। তেওঁলোকৰ সৈতে নেটৱৰ্ক অংশীদাৰ মেচাৰ্ছ আৰোহন ফুডছ প্ৰডাক্টছ লিমিটেড আৰু বোৰ্ডৰ সদস্য আৰু উৎপাদক কোম্পানীৰ হিতাধিকাৰীসকল উপস্থিত আছিল।

SAARগাহৰি উৎপাদক কোম্পানী লিমিটেড হৈছে নামনি অঞ্চলসমূহত উন্নয়নমূলক কামৰ বাবে এনএইচপিচি লিমিটেডৰ দ্বাৰা পুঁজি যোগান ধৰা ২৫০০মহিলা সদস্যৰ কোম্পানী। সম্পূৰ্ণ হোৱাৰ পিছত, এই কেন্দ্ৰ বিজ্ঞানসন্মত কচাইঘৰ, ফিডমিল, ষ্টোৰেজ ইউনিট, নাৰ্চাৰী ইউনিট, ফৰ’য়িং শ্বেডৰ উপৰিও প্ৰশিক্ষণ কেন্দ্ৰ আৰু ৪০০ উচ্চ মানদণ্ডৰ গাহৰিৰ সৈতে ভাৰতৰ আটাইতকৈ ডাঙৰ গাহৰি প্ৰজনন কেন্দ্ৰ হব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই ইয়াৰ প্ৰকল্প ক্ষেত্ৰসমূহৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে থকা লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি এনএইচপিচিৰ সংকল্পবদ্ধতাৰ কথা দোহাৰে। সমবেত লোকসকলক সম্বোধন কৰি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগিয়াই এনএইচপিচিৰ পদক্ষেপক প্ৰশংসা কৰে আৰু এই কেন্দ্ৰটোৰ উন্নয়নত সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd