DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

পঞ্জাৱত ৭০০ কোটি টকাৰ হিৰোইন জব্দ: আফগানিস্তানৰ পৰা ট্ৰাকযোগে আমদানি দেশলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 24, 2022 9:17 pm
পঞ্জাৱত ৭০০ কোটি টকাৰ হিৰোইন জব্দ: আফগানিস্তানৰ পৰা ট্ৰাকযোগে আমদানি দেশলৈ
169
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱৰ অমৃতসৰত আজি ১০২ কিলোগ্ৰাম পৰিমাণৰ হিৰোইন জব্দ কৰিছে শুল্ক বিভাগে। পাকিস্তান চেক পোষ্টৰ জৰিয়তে আফগানিস্তানৰ পৰা অহা এখন ট্ৰাকৰ পৰা প্ৰায় ৭০০ কোটি টকাৰ ড্ৰাগছখিনি জব্দ কৰে বিভাগে।

দিল্লীৰ কোনো অচিনাক্ত অবৈধ ব্যৱসায়ীয়ে আফগানিস্তানৰ পৰা আমদানি কৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি মুলেথিৰ মাজত লুকুৱাই অনা অৱস্থাত ধৰা পেলোৱা হয়।

নিৰ্ধাৰিত পৰীক্ষা প্ৰক্ৰিয়া অনুসৰি এক্স-ৰে স্কেনিং কৰাৰ পিছত এই বৃহৎ কাৰচাজি পোহৰলৈ আহে। এক্স-ৰে ছবিত এক্স-ৰে ছবিত দেখা দিয়া সন্দেহজনক ছবিৰ প্ৰতি লক্ষ্য ৰাখি শুল্ক বিভাগৰ বিষয়াসকলে বেগবোৰ পৰীক্ষা কৰে।

বেগবোৰ পৰীক্ষাৰ সময়ত বিভাগে বেগৰ ভিতৰত কিছুমান সৰু নলাকাৰ কাঠৰ টুকুৰা উদ্ধাৰ কৰে। এই কাঠত টুকুৰাবোৰৰ দুয়োটা মূৰ আঠাযুক্ত সামগ্ৰীৰে বন্ধ কৰি অনা হৈছিল।

সন্দেহবশত: এই কাঠৰ টুকুৰাবোৰ ভাঙি দিয়াৰ পিছত ইয়াৰ ভিতৰৰ পৰা পাউদাৰ জাতীয় সামগ্ৰীৰে ভৰ্তি কিছুমান পেকেট উদ্ধাৰ কৰা হয়।

শুল্ক আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে এই সামগ্ৰী সমূহ ড্ৰাগছ চিনাক্তকৰণ পৰীক্ষা কিটৰ দ্বাৰা পৰীক্ষা কৰাৰ পিছত এইসমূহ হিৰোইন বুলি চিনাক্ত কৰা হয়।

ইতিমধ্যে এই সন্দৰ্ভত অধিক তদন্ত চলি আছে বুলি শীৰ্ষ বিষয়াসকলে জানিবলৈ দিছে।

উল্লেখ্য যে ২০১৯ চনৰ জুনত আফগানিস্তান পৰা আমদানি কৰা প্ৰায় ৫৩২.৬৩ কিলোগ্ৰাম ড্ৰাগছ আটাৰীত জব্দ কৰিছিল অমৃতসৰ শুল্ক বিভাগে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd