• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত হিন্দু আৰু মুছলমানৰ পূৰ্বপুৰুষ একেই; সকলো ভাৰতীয়ই হ’ল ‘হিন্দু’: মোহন ভাগৱত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2021 11:59 am
mohan-bhagwat-lead-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটিছসকলে হিন্দু আৰু মুছলমানৰ মাজত ভুল ধাৰণাৰ সৃষ্টি কৰিছিল যাৰ বাবে দুয়োটা সম্প্ৰদায়ৰ মাজত অবিশ্বাসৰ পৰিৱেশ গঢ়ি উঠিছিল আৰু ফলত সংঘাতৰ সৃষ্টি হৈছিল।

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে সোমবাৰে এইদৰে ‘সমন্বয়’ৰ বাৰ্তা দাঙি ধৰি মন্তব্য কৰে।

ভাগৱতৰ দাবী যে ভাৰতত বসবাস কৰা হিন্দু আৰু মুছলমানৰ পূৰ্বেপুৰুষ একেই। তেওঁ সকলোকে ‘হিন্দু’ বুলিও দাবী কৰে।

Apply Now

সোমবাৰে মুম্বাইত ‘ৰাষ্ট্ৰ প্ৰথম-ৰাষ্ট্ৰ সকলোতকৈ ওপৰত’ বিষয়ৰ সভাত ভাষণ দি কয় যে ব্ৰিটিছসকলে মুছলমানসকলক কৈছিল যে হিন্দুসকলৰ সৈতে থাকিলে একো নাপাব। ব্ৰিটিছসকলে কৈছিল ভাৰতত থাকিলে ইছলাম হেৰাই যাব।

ভাগৱতে প্ৰশ্ন তুলি কয় যে সেয়া কি ঘটিছে? তেওঁ কয় ভাৰতত মুছলমানসকলে যিকোনো পদতে বহিব পাৰে।

আৰএছএছৰ প্ৰধানগৰাকীয়ে দাবী কৰে যে একল মুছলমানেই নহয়, ব্ৰিটিছসকলে হিন্দুৰ মাজতো ইছলাম বিৰোধী মনোভাৱ গঢ়ি তুলিছিল।

আৰু পঢ়ক: হিন্দু-মুছলমানৰ মাজত নাই কোনো ভিন্নতা,সকলো একে— আৰআৰএছ প্ৰধান মোহন ভাগৱতৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

ভাগৱতে কয় যে দুয়োটা সম্প্ৰদায়ে একেলগে আগবাঢ়ি আহিব লাগিব। একেলগে কাম কৰিব লাগিব যিয়ে দেশক আগবঢ়াই লৈ যাব।

মোহন ভাগৱতে ‘হিন্দু’ শব্দৰ বাখ্যা দাঙি ধৰি কয় যে ‘’মোৰ মতে হিন্দু হ’ল মাতৃভূমি, পূৰ্বপুৰুষ আৰু ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ প্ৰতীক। হিন্দু কোনো বৰ্ণ বা ভাষিক শব্দবাচক নহয়। বৰঞ্চ ই উন্নয়নক আগবঢ়াই লৈ যোৱা ঐতিহ্য, সকলোধৰণৰ মানুহৰ উন্নতি। ভাষা, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে যিসকলে এই মতাদৰ্শক বিশ্বাস কৰে তেওঁলোকেই হিন্দু। সেই অৰ্থত আমি প্ৰত্যেক ভাৰতীয়কে হিন্দু বুলি বিবেচনা কৰো।‘’

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd