• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰ এছ এছে অনুষ্ঠিত কৰিছে বিজয়দশমী : মুখ্য অতিথি হিচাপে থাকিব ইছৰোৰ প্ৰাক্তন মুৰব্বী কে ৰাধাকৃষ্ণন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 17, 2024 9:37 am
4.8k
VIEWS
Share on FacebookShare on Twitter

আৰ এছ এছৰ বিজয়দশমী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইছৰোৰ প্ৰাক্তন মুৰব্বী কে ৰাধাকৃষ্ণন। অহা ১২ অক্টোবৰত নাগপুৰত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। এই কথা সংগঠনটোৱে ‘এক্স’ত সদৰী কৰিছে।

উল্লেখ্য যে বিজয় দশমী অনুষ্ঠানৰ কাৰ্যসূচী আৰ এছ এছে অতি গুৰুত্বসহকাৰে উদযাপন কৰে। এই অনুষ্ঠানৰ বাবে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে বহু কেইটা মন্তব্য আগবঢ়ায়।

সোমবাৰে আৰ এছ এছৰ পৰা এক্সত জনোৱা হৈছে যে, “ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰী বিজয়দশমী উৎসৱ অহা ১২ অক্টোবৰ, ২০২৪ তাৰিখে নাগপুৰৰ ৰেশিমগড়ত পুৱা ৭.৪০ বজাত অনুষ্ঠিত হ’ব। এই উৎসৱ উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পদ্মভূষণ ড° কে ৰাধাকৃষ্ণন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ ৰাধাকৃষ্ণন আৰু মোহন ভাগৱতে সভাত ভাষণ প্ৰদান কৰিব।

উল্লেখ্য যে প্ৰতি বছৰে আৰ এছ এছে এই অনুষ্ঠানলৈ বিভিন্ন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনায়। যোৱা বছৰ আৰ এছ এছৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল সংগীত শিল্পী শংকৰ মহাদেৱন। ২০২২ চনত এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল পৰ্বতাৰোহী সন্তোষ যাদৱ। ২০২১ চনত Covid-19ৰ বাবে কাকো মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হোৱা নাছিল।

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd