DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ মুক্তি সেনানীসকলৰ স্মৃতিত দিল্লীত বক্তৃতানুষ্ঠান আৰ এছ এছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2019 4:07 pm
RSS initiates lecture programme to pay tribute to Northeast freedom fighters

প্ৰতীকী ছবি। সৌজন্য-- abhimanuias.com

547
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাগ লোৱা উত্তৰ-পূৰ্বাঞ্চলৰ মুক্তি যুঁজাৰুসকলৰ স্মৃতিত ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘই অহা ১২ আগষ্টত নতুন দিল্লীত এক বক্তৃতানুষ্ঠান আয়োজন কৰিছে।

“উত্তৰ-পূবৰ মুক্তি যুঁজাৰুসকললৈ শ্ৰদ্ধাঞ্জলি” শীৰ্ষক বক্তৃতানুষ্ঠানটোত “নেতাজী” সুভাষ চন্দ্ৰ বসুৰ ভতিজা নাতি, বিজেপি নেতা চন্দ্ৰ কুমাৰ বসুৱে মুখ্য অতিথি হিচাপে ভাগ ল’ব।

নেচনেল বুক ত্ৰাষ্টৰ প্ৰাক্তন সঞ্চালিকা, অসমীয়া সাহিত্যিক ৰীতা চৌধুৰীও অনুষ্ঠানটোত ভাগ ল’ব বুলি উদ্যোক্তাই জনাইছে।

অনুষ্ঠানটোত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব চি বি আই যুটীয়া সঞ্চালক এন এম সিং আৰু অধ্যাপক কপিল কুমাৰে।

অধ্যাপক কুমাৰ ইগনু (IGNOU)ৰ স্বাধীনতা সংগ্ৰাম আৰু প্ৰব্ৰজন অধ্যয়ন কেন্দ্ৰ (Centre for Freedom Struggle and Diaspora Studies)ৰ সঞ্চালক।

আয়োজক সংঘই জনোৱা মতে, বৃটিশ্বৰ পৰা দেশক মুক্ত কৰাত বৃহৎ ভূমিকা পালন কৰা কিন্তু অখ্যাত হৈ ৰোৱা উত্তৰ-পূবৰ মুক্তি যুঁজাৰুসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে অনুষ্ঠানটো আয়োজন কৰা হৈছে।

অনুষ্ঠানটোত উত্তৰ-পূবৰ মুক্তি যুঁজাৰুসকলৰ জীৱন আৰু তেওঁলোকে পাৰ কৰা কাঠিন্য সম্পৰ্কে বিতংকৈ তুলি ধৰা হ’ব।

নতুন দিল্লীৰ আই এছ আই এল (Indian Society of International Law) প্ৰেক্ষাগৃ্হত আবেলি ৪ বজাৰ পৰা অনুষ্ঠানটো আৰম্ভ হ’ব।

আগ্ৰহী লোকসকলক আৰ এছ এছৰ পূৰ্বোত্তৰ আয়াম, দিল্লী প্ৰান্তৰ সৈতে 981818288, 8375837745, 9818360660, 9540999858 আৰু 9968265142 ফ’ন নম্বৰত যোগাযোগ কৰিবলৈ সংঘই গোহাৰি জনাইছে।

Recent News

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd