• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাৰ সদস্যসকলৰ নামত খৰচ কোটি কোটি টকা; ভ্ৰমণ খৰচৰ কথা শুনিলে চকু কপালত উঠিব!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 22, 2023 6:34 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল ৰাজ্যসভাৰ সাংসদসকলেই বছৰি কোটি কোটি টকা খৰচ কৰে। তথ্যৰ অধিকাৰ আইন বা আৰ টি আইৰ তথ্য অনুসৰি যোৱা দুবছৰত ৰাজ্যসভাৰ সাংসদসকলৰ দৰমহা, ভাট্টা আৰু অন্যান্য সুযোগ-সুবিধাৰ বাবে প্ৰায় ২০০ কোটি টকা ব্যয় কৰা হৈছে।

আনহাতে, যোৱা দুবছৰত ৰাজ্যসভাৰ সাংসদসকলৰ ভ্ৰমণৰ বাবে ব্যয় হৈছে ৬৩ কোটি টকা। ২০২১-২২ বৰ্ষৰ কৰ’না মহামাৰীৰ পিছত ৰাজ্যসভাৰ সদস্যৰ বাবে  ৯৭ কোটি টকাৰো অধিক ব্যয় কৰা হৈছে।

সাংসদসকলৰ বাবে কেৱল দেশৰ অভ্যন্তৰৰ ভ্ৰমণৰ বাবে ২৮.৫ কোটি টকা ব্যয় কৰা বুলি আৰ টি আইৰ তথ্যই প্ৰকাশ কৰিছে। সেইদৰে, আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে ৰাজকোষৰ পৰা ১.২৮ কোটি টকা ব্যয় কৰা হৈছে। ৫৭.৬ কোটি টকা দৰমহা প্ৰদানৰ বাবে ব্যয় কৰা হৈছে।

Apply Now

লগতে পঢ়ক: আকৌ মণিপুৰত হিংসা, ইম্ফলৰ বজাৰত অগ্নিসংযোগ! সেনাক তলব, পুনৰ সান্ধ্য আইন জাৰি

সাংসদ আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসা বিল পূৰণৰ বাবে ১৭ লাখ টকা ব্যয় কৰা হৈছে। সংসদ সদস্যৰ কাৰ্যালয়ৰ খৰচ বহন কৰিবলৈ ৭.৫ কোটি টকা খৰচ কৰা হৈছে। সাংসদসকলৰ তথ্য প্ৰযুক্তিৰ বাবে ৰাজকোষৰ পৰা দিয়া হৈছে ১.২ কোটি টকা।

মধ্যপ্ৰদেশৰ চন্দ্ৰ শেখৰ গৌৰে তথ্যৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভা সচিবালয়ে এই তথ্য প্ৰকাশ কৰে।

ইয়াত আৰু অধিক বিশদ তথ্যৰ দাঙি ধৰি কোৱা হৈছে যে ২০২১-২৩ চনত মুঠ ১০০ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰে ৩৩ কোটি টকা দেশ-বিদেশ ভ্ৰমণৰ বাবে ব্যয় কৰা হৈছে। ৰাজ্যসভা সচিবালয়ে কয় যে ২০২২-২৩ চনত ৰাজ্যসভাৰ সদস্যসকলৰ দৰমহাত ৫৯.৫ কোটি টকা ব্যয় কৰা হৈছিল। বিদেশ ভ্ৰমণৰ বাবে ৩০.৯ কোটি টকা ব্যয় হোৱাৰ বিপৰীতে দেশত ভ্ৰমণৰ বাবে ২.৬ কোটি টকা ব্যয় হয়।

আন খৰচৰ ভিতৰত চিকিৎসাৰ খৰচো অন্তৰ্ভুক্ত। য’ত খৰচ হৈছে ৬৫ লাখ টকা। আৰু কাৰ্যালয়ৰ বাবে ৭ কোটি টকা খৰচ কৰা হৈছে। তথ্য-প্ৰযুক্তিৰ আন্তঃগাঁথনিৰ বাবে ব্যয় কৰা হৈছে ১.৫ কোটি টকা।

লগতে পঢ়ক: হঠাতে মেট্ৰিকৰ ফলাফল ঘোষণা জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা দৃষ্টি আঁতৰোৱাৰ কৰাৰ কৌশল নেকি?

২০২১ চনৰ ৰেকৰ্ড অনুসৰি ৰাজ্যসভাৰ সদস্যসকলৰ উৎপাদনশীলতাৰ হাৰ শীতকালীন অধিবেশনত ৪৩ শতাংশ, বৰ্ষাকালীন অধিবেশনত ২৯ শতাংশ আৰু বাজেট বিতৰ্কত ৯০ শতাংশ। পিছৰ বছৰ অৰ্থাৎ শীতকালীন অধিবেশনত উৎপাদনশীলতাৰ হাৰ ৯৪ শতাংশ, বৰ্ষাকালীন অধিবেশনত ৪২ শতাংশ আৰু বাজেট অধিবেশনৰ সময়ত ৯০ শতাংশ আছিল। এই বছৰ এতিয়ালৈকে বাজেট অধিবেশনত সৰ্বনিম্ন কাম হৈছে -২৪ শতাংশ।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd