• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুটিনক হত্যাৰ লক্ষ্যৰে ইউক্ৰেইনে ক্ৰেমলিনত চলাইছে ড্ৰ’ন আক্ৰমণ! অভিযোগ ৰাছিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2023 7:18 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হত্যা কৰিবলৈ ইউক্ৰেইনে ড্ৰ’ন আক্ৰমণ চলাইছে। বুধবাৰে ৰাছিয়াই এই অভিযোগ উত্থাপন কৰে।

ৰাছিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনে ক্ৰেমলিনত ড্ৰ’ন আক্ৰমণৰ চেষ্টা চলাইছে। পুটিনক হত্যা কৰাৰ লক্ষ্যৰে চলোৱা হৈছে এই আক্ৰমণ। কিন্তু ড্ৰ’নে পুটিনৰ ওচৰ চাপিব নোৱাৰিলে। পুটিনৰ কোনো আঘাত হোৱা নাই।

লগতে পঢ়ক: কেডবেৰীত লিষ্টেৰিয়াৰ আতংক! সমগ্ৰ ইউৰোপতে লাখ লাখ লোকে খোৱা বন্ধ কৰিবলৈ লৈছে চকলেট

ক্ৰেমলিনৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে এই ঘটনাৰ প্ৰত্যুত্তৰৰ পদক্ষেপ গ্ৰহণ কৰাৰ ৰাছিয়াৰ অধিকাৰ আছে।

বাতৰি অনুসৰি, ক্ৰেমলিনৰ ফালে দুখন ড্ৰোন উৰা মাৰিছিল। কিন্তু সেই সময়ত পুটিন ক্ৰেমলিনত নাছিল। ৰাছিয়াৰ প্ৰতিৰক্ষা বাহিনীয়ে ড্ৰ’ন দুখন ভূপতিত কৰে।

ৰাছিয়াৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ফুটেজত দেখা গৈছে যে মস্কোৰ কেন্দ্ৰৰ পৰা ধোঁৱা ওলাই আছে। অৱশ্যে এই ফুটেজটো ক্ৰেমলিনৰ ওপৰত আক্ৰমণ আছিল নে নাই সেয়া পৰীক্ষিত নহয়। ৰাছিয়াৰ এই অভিযোগৰ সন্দৰ্ভত ইউক্ৰেইনে এতিয়াও কোনো মন্তব্য কৰা নাই।

লগতে পঢ়ক: World Press Freedom Index: সংবাদ মাধ্যমৰ স্বাধীনতা সূচকাংকত আৰু অৱনমিত ভাৰত; ১৮০খন দেশৰ ভিতৰত স্থান ১৬১ নম্বৰত

শেহতীয়াকৈ ইউক্ৰেইনৰ সীমান্তত ৰাছিয়াৰ চহৰসমূহত ড্ৰ’নকে ধৰি বিভিন্ন ধৰণৰ আক্ৰমণ বৃদ্ধি পাইছে। ৰাছিয়াৰ সৈন্যই ওলোটা আক্ৰমণৰ কথা ঘোষণা কৰিছে। ইয়াৰ অংশ হিচাপেই এনে আক্ৰমণ সংঘটিত হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে যোৱা সোমবাৰে এক বিশেষ সামৰিক অভিযানৰ সময়ত ইউক্ৰেইনৰ তিনিখন যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰা বুলি দাবী কৰে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল ইগ’ৰ ক’নাশ্বেনকোভে মঙলবাৰে কয় যে বায়ু প্ৰতিৰক্ষা বাহিনীয়ে ইউক্ৰেইনৰ বায়ুসেনাৰ তিনিখন বিমান ধ্বংস কৰিছে।

লগতে পঢ়ক: টকা গছত লাগে! নিৰ্বাচনৰ পূৰ্বে তোলপাৰ কৰ্ণাটক; গছৰ পৰা উদ্ধাৰ কোটি টকা

ডনেটস্কৰ উলিয়ানভকা আৰু খেৰচন অঞ্চলৰ মিৰ’লিউব’ভকাৰ সমীপত ইউক্ৰেইনৰ দুখন মিগ-২৯ যুঁজাৰু বিমান ভূপতিত কৰা হয়। লগতে ইউক্ৰেইনৰ বায়ুসেনাৰ এখন এছইউ-২৫ বিমান খেৰচন অঞ্চলৰ ভেলটেনস্কো অঞ্চলৰ ওচৰত গুলীয়াই ভূপতিত কৰা হয়।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd