• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুটিনক হত্যাৰ লক্ষ্যৰে ইউক্ৰেইনে ক্ৰেমলিনত চলাইছে ড্ৰ’ন আক্ৰমণ! অভিযোগ ৰাছিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2023 7:18 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হত্যা কৰিবলৈ ইউক্ৰেইনে ড্ৰ’ন আক্ৰমণ চলাইছে। বুধবাৰে ৰাছিয়াই এই অভিযোগ উত্থাপন কৰে।

ৰাছিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনে ক্ৰেমলিনত ড্ৰ’ন আক্ৰমণৰ চেষ্টা চলাইছে। পুটিনক হত্যা কৰাৰ লক্ষ্যৰে চলোৱা হৈছে এই আক্ৰমণ। কিন্তু ড্ৰ’নে পুটিনৰ ওচৰ চাপিব নোৱাৰিলে। পুটিনৰ কোনো আঘাত হোৱা নাই।

লগতে পঢ়ক: কেডবেৰীত লিষ্টেৰিয়াৰ আতংক! সমগ্ৰ ইউৰোপতে লাখ লাখ লোকে খোৱা বন্ধ কৰিবলৈ লৈছে চকলেট

Apply Now

ক্ৰেমলিনৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে এই ঘটনাৰ প্ৰত্যুত্তৰৰ পদক্ষেপ গ্ৰহণ কৰাৰ ৰাছিয়াৰ অধিকাৰ আছে।

বাতৰি অনুসৰি, ক্ৰেমলিনৰ ফালে দুখন ড্ৰোন উৰা মাৰিছিল। কিন্তু সেই সময়ত পুটিন ক্ৰেমলিনত নাছিল। ৰাছিয়াৰ প্ৰতিৰক্ষা বাহিনীয়ে ড্ৰ’ন দুখন ভূপতিত কৰে।

ৰাছিয়াৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ফুটেজত দেখা গৈছে যে মস্কোৰ কেন্দ্ৰৰ পৰা ধোঁৱা ওলাই আছে। অৱশ্যে এই ফুটেজটো ক্ৰেমলিনৰ ওপৰত আক্ৰমণ আছিল নে নাই সেয়া পৰীক্ষিত নহয়। ৰাছিয়াৰ এই অভিযোগৰ সন্দৰ্ভত ইউক্ৰেইনে এতিয়াও কোনো মন্তব্য কৰা নাই।

লগতে পঢ়ক: World Press Freedom Index: সংবাদ মাধ্যমৰ স্বাধীনতা সূচকাংকত আৰু অৱনমিত ভাৰত; ১৮০খন দেশৰ ভিতৰত স্থান ১৬১ নম্বৰত

শেহতীয়াকৈ ইউক্ৰেইনৰ সীমান্তত ৰাছিয়াৰ চহৰসমূহত ড্ৰ’নকে ধৰি বিভিন্ন ধৰণৰ আক্ৰমণ বৃদ্ধি পাইছে। ৰাছিয়াৰ সৈন্যই ওলোটা আক্ৰমণৰ কথা ঘোষণা কৰিছে। ইয়াৰ অংশ হিচাপেই এনে আক্ৰমণ সংঘটিত হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে যোৱা সোমবাৰে এক বিশেষ সামৰিক অভিযানৰ সময়ত ইউক্ৰেইনৰ তিনিখন যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰা বুলি দাবী কৰে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল ইগ’ৰ ক’নাশ্বেনকোভে মঙলবাৰে কয় যে বায়ু প্ৰতিৰক্ষা বাহিনীয়ে ইউক্ৰেইনৰ বায়ুসেনাৰ তিনিখন বিমান ধ্বংস কৰিছে।

লগতে পঢ়ক: টকা গছত লাগে! নিৰ্বাচনৰ পূৰ্বে তোলপাৰ কৰ্ণাটক; গছৰ পৰা উদ্ধাৰ কোটি টকা

ডনেটস্কৰ উলিয়ানভকা আৰু খেৰচন অঞ্চলৰ মিৰ’লিউব’ভকাৰ সমীপত ইউক্ৰেইনৰ দুখন মিগ-২৯ যুঁজাৰু বিমান ভূপতিত কৰা হয়। লগতে ইউক্ৰেইনৰ বায়ুসেনাৰ এখন এছইউ-২৫ বিমান খেৰচন অঞ্চলৰ ভেলটেনস্কো অঞ্চলৰ ওচৰত গুলীয়াই ভূপতিত কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd