DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘যুদ্ধ বন্ধ কৰা’, ৰাছিয়া-ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক ‘নিৰ্দেশ’ ভাৰতীয় সাধুৰ, ভাইৰেল ভিডিঅ’ই দিছে বহুতকে আমোদ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 4, 2022 6:15 pm
‘যুদ্ধ বন্ধ কৰা’, ৰাছিয়া-ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক ‘নিৰ্দেশ’ ভাৰতীয় সাধুৰ, ভাইৰেল ভিডিঅ’ই দিছে বহুতকে আমোদ
177
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰসংঘই নোৱাৰা কাম এটাই যেন কৰিবলৈ ওলাইছে ভাৰতৰ এজন সাধুৱে।

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ থমকি ৰোৱাৰ কোনো আশা এতিয়া দেখা যোৱা নাই।

বৰঞ্চ যুদ্ধ আগতকৈ তীব্ৰতৰহে উঠি উঠিছে। এনে সময়তে ভাৰতৰ এজন সাধুৱে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক যুদ্ধ বন্ধ কৰিবলৈ ‘নিৰ্দেশ’ দিয়াৰ এক ভিডিঅ’ম ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

সাধুগৰাকীৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে আৰু হাজাৰ হাজাৰ মানুহে সেয়া ৰিটুইট কৰিছে।

ভিডিঅ’টোত ভাৰতৰ সাধুগৰাকীয়ে ইউৰোপীয় দেশসমূহক যুদ্ধ ‘বন্ধ’ কৰিবলৈ ‘নিৰ্দেশ’ দিয়াৰ পদ্ধতিয়ে বহুতকে বেছ আমোদ দিছে।

पुतिन,जेलेन्सकी सुन लें- अयोध्या से ऑर्डर हो गया है !! pic.twitter.com/bho9EFR8Og

— Gaurav Singh Sengar (@sengarlive) March 3, 2022

ভাৰতীয় সাধুগৰাকীয়ে ৩৮ ছেকেণ্ডৰ ভিডিঅ’ ক্লিপটোত “ৰাছিয়া ৰুক জায়ে” বুলি কোৱা দেখা গৈছে। তেওঁ কৈছে—’ ইউক্ৰেইন ঝুক জায়ে… এইটো মোৰ আদেশ, যুদ্ধ বন্ধ কৰক!” তদুপৰি, তেওঁক হিন্দীতে কোৱা শুনা গৈছে— “ৰুছ মহান হে, ইচলিয়ে যুধ ৰোকে। ইউক্ৰেইন নে গল্টি কিয়া হে, ইচলিয়ে ইউক্ৰেইন শ্বামা মাংগে। ইচি মে সবকী ভলায় হ্যে। তভি মহাবিনাশ হোনে চে ৰুক সকতা হে (ৰাছিয়া মহান, গতিকে ই যুদ্ধ বন্ধ কৰা উচিত। ইউক্ৰেনে এটা ভুল কৰিছে, সেয়েহে ই ক্ষমা বিচাৰিব লাগে। এইটো সকলোৰে বাবে লাভজনক আৰু তেতিয়াহে এই দুৰ্যোগ বন্ধ কৰিব পৰা যাব।”

গৌৰৱ সিং চেংগাৰ নামৰ লোকজনে টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে সেয়া ভাইৰেল হৈ পৰিছে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd