DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুদিনীয়া ভ্ৰমণসূচীলৈ কাইলৈ ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 30, 2022 7:54 pm
দুদিনীয়া ভ্ৰমণসূচীলৈ কাইলৈ ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ
134
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনত যুদ্ধৰ দামামা বাজি থকাৰ মাজতে কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ।

কাইলৈ দুপৰীয়াৰ ভাগত লাভৰভে নতুন দিল্লীত অৱতৰণ কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰসংঘত ৰাছিয়াই উত্থাপন কৰা ইউক্ৰেইন সম্পৰ্কীয় প্ৰস্তাৱত ভাৰতে ভোটদান নকৰাৰ পিছতো ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰত ভ্ৰমণলৈ আহিবলগীয়া কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

দৰাচলতে বিশ্বৰ প্ৰায় ৭০ শতাংশ তেল উৎপাদন কৰা ৰাছিয়াই ভাৰতৰ বজাৰ খন ইউক্ৰেইন যুদ্ধৰ অচিলালৈ হেৰুৱাব বিচৰা নাই।

সেইবাবেই ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতলৈ অহাৰ ক্ষেত্ৰত কোনো দ্বিধাবোধ কৰা নাই বুলি বিভিন্ন মহলত আলোচনা হৈছে।

মূলতঃ বাণিজ্যিক তথা প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়সমূহেই ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিব বুলি ধাৰণা কৰা হৈছে।

Recent News

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd