• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউক্ৰেইনৰ কেফেত ৰাছিয়াৰ ‘ৰকেট’ আক্ৰমণত কমেও ৫১ জন নিহত, আহত বহু লোক

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 12:05 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াই ইউক্ৰেইনত এক ভয়ংকৰ ৰকেট আক্ৰমণ চলাইছে। ইতিমধ্যে খাৰকভ অঞ্চলত এই আক্ৰমণত ৫১ জন লোক নিহত হৈছে। ধ্বংসাৱশেষৰ মাজত আৰু বহু লোক আবদ্ধ হৈ আছে। ইউক্ৰেইনৰ প্ৰশাসনে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। ৰাছিয়াৰ এই আক্ৰমণক তেওঁ সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলি অভিহিত কৰে।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে ৰাছিয়াই উত্তৰ ইউক্ৰেইনৰ খাৰকভ অঞ্চলৰ এখন কেফেক লক্ষ্য কৰি ৰকেট আক্ৰমণ চলায়। সেই কেফেখনত এজন মানুহৰ স্মৃতিচাৰণ সভা চলি থকাৰ বাবেই তাত বহু লোক গোট খাইছিল।

Apply Now

লগতে পঢ়কঃ ছেমি ফাইনেলত বাংলাদেশক বিধ্বস্ত কৰি এছিয়ান গেমছৰ ক্ৰিকেটত সোণৰ পদকৰ দৌৰত ভাৰত

ঠিক সেই সময়তে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই জনবসতিপূৰ্ণ অঞ্চলটোত আঘাত কৰে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে ৫১টা মৃতদেহ। গুৰুতৰভাৱে আহত আৰু ৬ জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত এজন নাবালক।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি এই ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত অঞ্চলটোৰ বহু ঘৰ ধ্বংস হয়। বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।

এই ৰকেট আক্ৰমণৰ পূৰ্বে ইউক্ৰেইনৰ বায়ুসেনাই জনাইছিল যে ৰাছিয়াই নিক্ষেপ কৰা ২৯টা ক্ষেপণাস্ত্ৰৰ ভিতৰত ২৪টা ক্ষেপণাস্ত্ৰ প্ৰতিৰোধ কৰা হৈছে। কিন্তু ইউক্ৰেইনৰ অন্যান্য অঞ্চলত আক্ৰমণ বন্ধ কৰাৰ পিছতো ইউক্ৰেইনৰ সেনাই খাৰকভ অঞ্চলত মৃত্যুৰ গতি ৰোধ কৰিব পৰা নাই।

উল্লেখ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ চলাই আহিছে। কিন্তু বিশেষজ্ঞসকলৰ মতে দেশৰ সাধাৰণ জনতাৰ ওপৰত ইমান বৃহৎ আক্রমণ আগতে কেতিয়াও হোৱা নাছিল৷

লগতে পঢ়কঃজম্মু-কাশ্মীৰৰ ৰাজৌৰী সেনা শিবিৰত সহকৰ্মীৰ ওপৰত গুলীচালনা সেনা মেজৰৰ, আহত ৬ জন

ৰাছিয়াৰ এই আক্ৰমণক জেলেনস্কিয়ে সন্ত্ৰাসবাদী কাৰ্য বুলি অভিহিত কৰে। তেওঁ যুদ্ধৰ সময়ত সহায় বিচাৰি ইউৰোপৰ কেইবাখনো দেশৰ নেতাসকলৰ সন্মিলনত অংশ লৈছে। তাৰ পৰাই তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয়, “ইউক্ৰেইনৰ এখন কেফেত ৰাছিয়াই কৰা নৃশংস আক্ৰমণ পৰিকল্পিত সন্ত্ৰাসবাদী আক্ৰমণ। তেওঁলোকে এই সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিব লাগিব।” 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd