• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাছিয়ান মডেলৰ ৰহস্যজনক মৃত্যু; কিয় নাম সাঙোৰ খালে ৰাষ্ট্ৰপতি পুটিনৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2022 8:19 pm
modelgreta
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী ৰাছিয়ান মডেলৰ ৰহস্যজনক মৃত্যুৰ স’তে সাঙোৰ খাই পৰিছে দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নাম। ইউক্ৰেইন যুদ্ধৰ মাজতে ঘটা এই ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰা দেখা গৈছে।

মৃত মডেলগৰাকীৰ নাম হৈছে গ্ৰেটা ভেডলাৰ। ২৩ বৰ্ষীয় এই মডেলগৰাকীয়ে ২০২১ চনৰ জানুৱাৰী মাহত পুটিনক ক্ষুৰধাৰ সমালোচনা কৰিছিল। আনকি পুটিনক চাইক’পাথ তথা মানসিকভাৱে অসুস্থ বুলিও আখ্যা দিছিল।

ৰাষ্ট্ৰপতি পুটিনক এইদৰে সমালোচনা কৰাৰ ঠিক পিছতে মডেলগৰাকী নিৰুদ্দেশ হয়৷ অৱশেষত মডেলগৰাকীৰ মৃতদেহ এটা চ্যুটকেচত উদ্ধাৰ হৈছে।

Apply Now
ৰাছিয়ান মডেল গ্ৰেটা ভেডলাৰ।

এতিয়া প্ৰশ্ন উদয় হৈছে যে ৰাষ্ট্ৰপতি পুটিনক মানসিক বিকাৰগ্ৰস্ত বুলি সমালোচনা কৰাৰ বাবেই গ্ৰেটাক হত্যা কৰা হ’ল নেকি? সামাজিক মাধ্যমযোগে পুটিনক লৈ গ্ৰেটাই কেইবাটাও প’ষ্ট কৰিছিল। প্ৰশ্ন উত্থাপন কৰিছিল যে পুটিনৰ দৰে এজন মানুহে দেশৰ মংগলৰ বাবে কিবা কৰাটো সম্ভৱ নে?

অৱশ্যে, শেহতীয়া অনুসন্ধানত প্ৰকাশ পাইছে যে গ্ৰেটাৰ প্ৰাক্তন প্ৰেমিকগৰাকীয়েহে তেওঁক হত্যা কৰে। প্ৰাক্তন প্ৰেমিক দিমিত্ৰি কোৰোৱেনে ইয়াক স্বীকাৰো কৰিছে বুলি জানিব পৰা গৈছে।

গ্ৰেটা ভেডলাৰ।

প্ৰকাশিত খবৰ মতে, দিমিত্ৰিয়ে হোটেলৰ এটা কোঠাত গ্ৰেটাক উশাহ বন্ধ কৰি হত্যা কৰে৷ গ্ৰেটাক হত্যা কৰি মৃতদেহটো হোটেলৰ কোঠাটোত লুকুৱাই ৰাখে। তাৰপাছতে চ্যুটকেচত মৃতদেহটো ভৰাই এখন পৰিত্যক্ত স্থানত পেলাই থৈ আহে।

কিন্তু কেৱল এয়াই নহয়, ডিমিত্ৰিয়ে নিজৰ অপৰাধ ঢাকি ৰাখিবলৈ আশ্ৰয় লয় ব্যাপক কৌশলৰ।

সেই অনুসৰি মৃত্যু হোৱা গ্ৰেটাৰ সামাজিক মাধ্যমসমূহ তেওঁ চলাবলৈ আৰম্ভ কৰে। সামাজিক মাধ্যমযোগে গ্ৰেটাৰ নামত ডিমিত্ৰিয়ে ফটো প’ষ্ট কৰিবলৈ ধৰে। সেয়ে গ্ৰেটাৰ মৃত্যুৰ পিছতো বহু দিনলৈ জীয়াই থকা বুলিয়ে ভবা হৈছিল৷

কিন্তু পিছত গ্ৰেটাৰ এগৰাকী নিকট বন্ধুৱে সমগ্ৰ ঘটনাৱলী সম্পৰ্কে এটা পূৰ্বানুমাণ কৰে৷ দ্বাৰস্থ হয় মস্কো আৰক্ষীৰ! তাৰ পাছতে পোহৰলৈ আহে সমগ্ৰ হত্যাকাণ্ডৰ ঘটনাটো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

September 12, 2026 10:39 am
শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am
‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

September 12, 2026 10:39 am
শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd