• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এবছৰ নৌহওতেই পুনৰ ভাৰত ভ্ৰমণলৈ পুটিন! নিশ্চিত কৰিছে ক্ৰেমলিনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:13 am
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰৰ শেষৰ ফালে ইউক্ৰেইন যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। এবছৰ হোৱাৰ আগতেই হয়তো পুনৰ নতুন দিল্লীলৈ আহিব পুটিন। সেই সময়ত দেশত ব্ৰিকছ সন্মিলনৰ আয়োজন কৰা হ’ব। আৰু সেই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ তেওঁ দেশলৈ আহিব। এই খবৰ ক্ৰেমলিনে নিশ্চিত কৰিছে।

যোৱা কেইবছৰমানৰ পৰা ব্ৰিকছৰ পৰিসৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ভাৰতৰ বাহিৰেও এই গোটত ব্ৰাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিওপিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰশ্বাহী অন্তৰ্ভুক্ত। এই গোটটোৱে শাসন সংস্কাৰ, শক্তি সুৰক্ষা আৰু উন্নয়নৰ অগ্ৰাধিকাৰকে ধৰি বিশ্ব ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত সমন্বয়ৰ বাবে এক মঞ্চ হিচাপে কাম কৰে।

Apply Now

ইপিনে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্ৰিকছক একেবাৰেই পছন্দ নকৰে। আচলতে তেওঁ দাবী কৰে যে ব্ৰিকছে ডলাৰক গুৰুত্বহীন কৰি সেই স্থান আন এখন দেশৰ মুদ্ৰাক দিব বিচাৰিছে। তেওঁ ডলাৰৰ অৱনমনৰ এই ‘প্ৰয়াস’ক সমালোচনা কৰা দেখা গৈছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যিদৰে তেওঁ ডলাৰৰ বিশ্বব্যাপী মৰ্যাদা ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, তেনেকৈয়ে তেওঁ কেতিয়াও আমেৰিকাৰ কেন্দ্ৰীয় বেংকত ডিজিটেল মুদ্ৰা সৃষ্টি হ’বলৈ নিদিয়ে। কিন্তু ট্ৰাম্পৰ সকলো ভাবুকিৰ পিছতো ব্ৰিকছক সেও মনাব পৰা নাই। এইবাৰ পুনৰ এই সন্মিলন অনুষ্ঠিত হ’ব।

যুদ্ধৰ পৰিস্থিতিতো দীৰ্ঘকালীন ‘বন্ধু’ ৰাছিয়াই ভাৰতলৈ সহায়ৰ হাত আগবঢ়াইছে। ইতিমধ্যে মস্কোৱে ভাৰতৰ কাষত থিয় দিবলৈ সাজু বুলি কৈছে। ভাৰতৰ শক্তি যোগানত যদি কিবা সমস্যাৰ সৃষ্টি হয়, তেন্তে সেই চাহিদা পূৰণ কৰিবলৈ ৰাছিয়া সাজু।

ইয়াৰ মাজতে ৰয়টাৰ্ছে দাবী কৰিছে যে ভাৰতৰ জলসীমাৰ চাৰিওফালে মালবাহী জাহাজৰ বহৰ আছে। কিন্তু সেই বহৰত মুঠতে প্ৰায় ৯৫ লাখ বেৰেল তেল আছে। যদি ভাৰতে বিচাৰে, সেই নৌবহৰে কেইসপ্তাহমানৰ ভিতৰতে ভাৰতলৈ তেল যোগান ধৰিব।

ব্ৰিকছ শীৰ্ষ সন্মিলনলৈ যদি পুটিন আহে তেন্তে তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে তাৰ মাজতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব পাৰে। বাণিজ্যৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষালৈকে বিভিন্ন খণ্ডৰ ওপৰত দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া আলোচনা হ’ব পাৰে বুলিও ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am
নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am
ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd