• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভেকচিনৰ নামত অনিয়ম, পদত্যাগ কৰিলে ৰাছিয়াৰ চিকিৎসকে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 15, 2020 2:14 pm

1 min read

rus
817
VIEWS
Share on FacebookShare on Twitter

যিটো সময়ত ক’ৰ’ণা আইৰাছৰ ভেকচিন আবিষ্কাৰ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানীয়ে ৰাতিক দিন কৰি কাম কৰি আছে সেই সময়তে ৰাছিয়াই ক’ৰ’ণা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰা বুলি কৰা দাবীয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তালিকাত নথকাৰ পিছতো ৰাছিয়াই হঠাতে স্পুটনিক-ভি নামৰ ভেকচিন আবিষ্কাৰ কৰা বুলি কৰা দাবীয়ে এতিয়া বহুতৰে মনত সন্দেহৰ সৃষ্টি কৰিছে।

আমেৰিকাকে ধৰি বিশ্বৰ কেইবাখনো দেশে ৰাছিয়াই উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈয়ে ভেকচিন আবিষ্কাৰ কৰাৰ দাবী কৰা বুলি অভিযোগ কৰিছে।

এনে সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনত অস্বস্তিত পেলাই দেশখনৰ স্বাস্থ্য দপ্তৰৰ পৰা পদত্যাগ কৰিছে স্বাস্থ্য বিভাগৰ এথিকছ্ কমিটিৰ মুৰব্বী ডাঃ আলেকজেণ্ডাৰ চুচালিনে।

চুচালিনে এই বুলি অভিযোগ কৰিছে যে স্বা্স্থ্য  বিভাগৰ কেইবাজনো চিকিৎসা বিশেষজ্ঞই কোভিডৰ ভেকচিনৰ সকলো প্ৰকাৰৰ পৰীক্ষা সম্পন্ন নকৰা কৈয়ে ভেকচিন বিধ বজাৰত উলিয়াই দিব বিচাৰিছে।

এয়া মানুহৰ স্বাস্থ্যৰ বাবে বিপজ্জনক কথা বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয় যে ভেকচিনৰ ক্ষেত্ৰত সংঘটিত এনে অনিয়মৰ বাবেই তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছে।

উল্লেখ্য অক্টোৱৰ মাহৰ পৰা ৰাছিয়াই স্পুুটনিক-ভিৰ বাণিজ্যক উৎপাদন আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে।

Tags: COVID19

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd