• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কা-ই কাৰণ: বিজেপিৰ সৈতে দূৰত্ব বঢ়ালে শিৰোমণি আকালি দলে; দিল্লী নিৰ্বাচনত নকৰে প্ৰতিদ্বন্দ্বিতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 21, 2020 4:58 pm

1 min read

badal_1579531465_618x347

শিৰোমণি আকালি দলৰ নেতা চৰ্দাৰ সুখবীৰ বাদলৰ ফাইল ফটো। সৌজন্য: আজতক

9.4k
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ সহযোগী দল শিৰোমণি আকালি দলে দিল্লী বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে।

দলটোৰ এই সিদ্ধান্তৰ কাৰণ নাগৰিকত্ব সংশোধনী আইন বুলি কোৱা হৈছে।

শিৰোমণি আকালি দলৰ নেতা মনজিন্দৰ সিং ছিৰছাই সোমবাৰে জানিব দিয়ে যে তেওঁলোকে প্ৰাৰ্থিত্ব বা আসনক লৈ নহয়, নাগৰিকত্ব সংশোধনী আইনকলৈহে এনে সিদ্ধান্ত লৈছে।

তেওঁ কয় যে মিত্ৰতা পূৰ্বৰ দৰেই চলি থাকিব যদিও দিল্লীৰ নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা নকৰে।

মনজিন্দৰ সিং ছিৰছাই কয় যে শিৰোমণি আকালি দলৰ ফালৰ পৰা বিজেপিৰ সৈতে পুৰণি মিত্ৰতা আছে। কিন্তু বিগত দিনত দলটোৰ নেতা চৰ্দাৰ সুখবীৰ বাদলৰ CAAসন্দৰ্ভত স্থিতিলৈ চাই দলটোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে।

ছিৰছাই কয় যে দলটোৰ স্পষ্ট স্থিতি হ’ল ই ধৰ্মৰ ভিত্তিত বিভাজন হ’বলৈ নিদিয়ে। দলটোৱে কোনো ধৰ্মৰ বিৰুদ্ধে নহ’লে কা’ৰ সমৰ্থন কৰিলেহেঁতেন।

মনজিন্দৰ সিং ছিৰছাই সদৰী কৰে যে যোৱা তিনিদিন ধৰি বিজেপিৰ সৈতে কথাবতৰা চলিছিল যদিও দলটোৱে নিজৰ স্থিতিৰ পৰা আঁতৰি আহিবলৈ প্ৰস্তুত নহয়।

ইয়াৰ বাবেই দলটোৰ নেতাৰ নিৰ্দেশ অনুসৰি শিৰোমণি আকালি দলে দিল্লী বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰাৰ বিৰত থকাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে দিল্লীত শিৰোমণি আকালি দলৰ পৰা একমাত্ৰ বিধায়ক মনজিন্দৰ সিং ছিৰছাই আছিল আৰু তেওঁৱো দলৰ সিদ্ধান্ত মানি এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।

Recent News

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd