• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐক্য সেনা অসমৰ মুখ্য সম্পাদক ছহিদুল ইছলামৰ পদত্যাগ; বিজেপিত যোগদান কৰি জনীয়া সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা !

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 12, 2019 3:39 pm
WhatsApp Image 2019-06-12 at 2.14.49 PM

প্ৰেছ ক্লাৱত বিদায়ী সভাত ছহিদুল ইছলাম

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐক্য সেনা অসমৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ছহিদুল ইছলামে আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে দলটোৰ পৰা পদত্যাগ কৰে। অব্যশ্যে ইছলামে সম্পূৰ্ণ ব্যক্তিগত কাৰণত দলৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ঐক্য সেনা অসমৰ সদ্য পদত্যাগী মুখ্য সম্পাদকগৰাকীয়ে দুই এদিনতে বিজেপি দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Apply Now

ইতিমধ্যে ৰাজ্যৰ আগন্তুক উপ নিৰ্বাচনত কংগ্ৰেছৰ দখলত থকা জনীয়া সমষ্টিতো বিজেপিয়ে নিজৰ দখললৈ অনাৰ বাবে বিশেষ তৎপৰতা অৱলম্বন কৰিছে। এনেক্ষেত্ৰত ছহিদুল ইছলাম সমষ্টিটোত বিজেপি দলৰ প্ৰাৰ্থী হোৱাৰ  পূৰ্ণ সম্ভাৱনা আছে।

আনহাতে, নৰ্থ-ইষ্ট নাওৰ সাংবাদিকে ইছলামক বিজেপিত যোগদান কৰিব বুলি ওলোৱা বাতৰিটো সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ এক প্ৰকাৰ গেৰুৱা দলটোলৈ যোৱাৰ স্পষ্ট ইংগিত দিয়ে।

ইছলামে আমাৰ সাংবাদিকক বৰ্তমানলৈ তেনে সিদ্ধান্ত লোৱা নাই যদিও দুই এদিনতে ভাল খবৰ এটা জনাম বুলি কয়। ঐক্য সেনা অসমৰ পৰা পদত্যাগ কৰাৰ পাছত কাইলৈ তেওঁৰ সমষ্টিৰ সমৰ্থকসকলৰ লগত  আলোচনা কৰি সমৰ্থকৰ সিদ্ধান্ত মতে আগবাঢ়িব বুলি মত প্ৰকাশ কৰে।

ঐক্য সেনা অসম গঠন হোৱাৰে পৰা অৰ্থাৎ ২০১৬ চনৰ পৰা ছহিদুল ইছলাম দলটোৰ সৈতে জড়িত হৈ আছিল। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনতো সক্ৰিয় ভূমিকা পালন কৰিছিল ইছলামে।

আজি প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সভাত ইছলামক দলীয় সমৰ্থকসকলে গামোচা, জাপি আৰু সম্বৰ্ধনা পত্ৰৰে দলৰ মঞ্চৰ পৰা আনুষ্ঠানিকভাৱে বিদায় দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd