• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছত্তীশগড়ত আটক ছেইফ আলী খান আক্ৰমণকাণ্ডৰ সন্দেহজনক অভিযুক্ত! আৰম্ভ মুম্বাই আৰক্ষীৰ সোধা-পোছা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2025 7:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ অভিনেতা ছেইফ আলী খানৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত ছত্তীশগড়ত ৩১ বছৰীয়া আকাশ কৈলাশ কান্নোজিয়া নামৰ এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। জ্ঞানেশ্বৰী এক্সপ্ৰেছ ৰে’লত যাত্ৰা কৰি থকা অৱস্থাত ছত্তীশগড় ৰে’ল সুৰক্ষা বাহিনীয়ে আটক কৰে সন্দেহজনক লোকজনক। মুম্বাই আৰক্ষীয়ে সন্দেহজনক লোকজনৰ ফটো আৰু স্থান আৰপিএফৰ সৈতে শ্বেয়াৰ কৰিছিল, যাৰ ফলত তেঁওক গ্ৰেপ্তাৰ হৈছিল। প্ৰাথমিক সোধা-পোছাত জানিব পৰা গৈছে যে সন্দেহযুক্ত লোকজন মুম্বাইৰ বাসিন্দা আৰু তেওঁ বিলাসপুৰলৈ গৈ আত্মীয়ক লগ কৰিবলৈ গৈছিল যদিও ইয়াৰ অধিক তদন্ত মুম্বাই আৰক্ষীয়ে কৰিব।

১৬ জানুৱাৰীৰ পুৱতি নিশা ছেইফ আলী খানৰ ওপৰত আক্ৰমণ সংঘটিত হয়, য’ত মুম্বাইৰ বান্দ্ৰাস্থিত অভিনেতাগৰাকীৰ ঘৰত অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰি ডিঙি আৰু মেৰুদণ্ডৰ ওচৰতকে ধৰি একাধিকবাৰ ছুৰীৰে আঘাত কৰে। ছেইফক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু জৰুৰী অস্ত্ৰোপচাৰ কৰা হয় যদিও এতিয়া তেওঁৰ অৱস্থা সুস্থিৰ আৰু সুস্থ বুলি জানিব পৰা গৈছে। পাছত চিচিটিভিৰ এটা ভিডিঅ’ ওলাইছিল, য’ত দেখা গৈছিল যে আক্ৰমণকাৰীয়ে আক্ৰমণৰ পাছত দাদৰত হেডফোন কিনিছিল আৰু আৰক্ষীয়ে বিশ্বাস কৰে যে তেওঁ হয়তো চহৰৰ পৰা পলায়ন কৰিবলৈ ৰে’লযোগে যাত্ৰা কৰিছিল। বিভিন্ন ৰেল ষ্টেচনৰ জৰিয়তে তেওঁৰ গতিবিধিৰ তদন্ত অব্যাহত ৰাখিছে কৰ্তৃপক্ষই।

Apply Now

এই আক্ৰমণৰ পাছতে প্ৰকাশ পাইছে যে অনুপ্ৰৱেশকাৰীজনে ছেইফ আলী খানৰ পুত্ৰৰ কোঠাত প্ৰৱেশ কৰি ১ কোটি টকা মুক্তিপণৰ দাবী জনাইছিল যদিও তেওঁ কোনো ধন বা গহনা লোৱা নাছিল। আৰক্ষীয়ে এতিয়াও মূল আক্ৰমণকাৰীক বিচাৰি থকাৰ সময়তে ছেইফৰ আৰোগ্যৰ দিশটো ভালদৰে আগবাঢ়িছে, চিকিৎসকে কয় যে দুদিনৰ পৰা তিনিদিনৰ ভিতৰত তেওঁক ডিচচাৰ্জ দিয়াৰ সম্ভাৱনা আছে। ইতিমধ্যে ছেইফক আই চি ইউৰ পৰা সাধাৰণ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে আৰু তেওঁ স্বাভাৱিকভাৱে খোজ কাঢ়িছে আৰু খাদ্য গ্ৰহণ কৰি আছে বুলি জানিব পৰা গৈছে, চিকিৎসকে তেওঁৰ অগ্ৰগতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd