• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঘাতত জৰ্জৰিত হৈ ২১ বছৰীয়া বেডমিণ্টন কেৰিয়াৰক বিদায় দিলে অলিম্পিক পদক জয়ী ছাইনা নেহৱালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2026 11:20 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱসৰ ল’লে ছাইনা নেহৱালে। তেওঁ ভাৰতৰ বাবে বেডমিণ্টনত প্ৰথমটো অলিম্পিক পদক কঢ়িয়াই আনিছিল।

অৱশ্যে যোৱা দুবছৰ ধৰি তেওঁ বাৰে বাৰে আঘাতৰ সন্মুখীন হৈ আহিছে। অৱশেষত তেওঁ বুজি পালে যে তেওঁ আৰু নোৱাৰে। সেয়ে, ছাইনাই প্ৰতিযোগিতামূলক বেডমিণ্টনৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে। ২০২৩ চনৰ ছিংগাপুৰ অ’পেনত শেষবাৰৰ বাবে ক’ৰ্টত দেখা গৈছিল ছাইনাক।

Apply Now

বিশ্বৰ এক নম্বৰ বেডমিণ্টন খেলুৱৈগৰাকীয়ে এটা প’ডকাষ্টত অৱসৰৰ কথা ঘোষণা কৰে। ছাইনাই কয়, “যোৱা দুবছৰ ধৰি মই বেডমিণ্টন এৰি দিছো। আচলতে মই এই খেলখন নিজৰ ইচ্ছামতে আৰম্ভ কৰিছিলো, নিজৰ ইচ্ছামতে এৰি দিম। তাৰ বাবে পৃথক অৱসৰ ঘোষণা কৰাৰ প্ৰয়োজন নাই। যদি মই উপলব্ধি কৰো যে মই আৰু খেলিব নোৱাৰো, তেন্তে সেয়াই হ’ব। ইয়াতেই শেষ হ’ব লাগে। সেইটোৱেই আটাইতকৈ ভাল।”

ছাইনাই প’ডকাষ্টটোত কয় যে মূলতঃ আঘাতৰ বাবেই তেওঁ নিজৰ কেৰিয়াৰ শেষ কৰিবলৈ বাধ্য হৈছিল। চিকিৎসাৰ সবিশেষ দাঙি ধৰি তেওঁ কয়, “মোৰ কাৰ্টিলেজ সম্পূৰ্ণৰূপে বেয়া হৈ গৈছে। আৰ্থাৰাইটিছ আছে। মই মোৰ পিতৃ-মাতৃ আৰু প্ৰশিক্ষক সকলোকে জনাই দিছো। মই কৈছো, মই হয়তো আৰু খেলিব নোৱাৰিম। সকলো বৰ কঠিন হৈ পৰিছে। কিন্তু মই হঠাতে অৱসৰৰ কথা ঘোষণা কৰিব বিচৰা নাছিলো। মই মাত্ৰ বুজিলোঁ যে মোৰ আঁঠু দুটাই মোক আগৰ দৰে সমৰ্থন কৰা নাই। বিশ্বৰ শ্ৰেষ্ঠ হ’বলৈ হ’লে অন্ততঃ আঠৰ পৰা ন ঘণ্টা অনুশীলন কৰিব লাগিব। সেইক্ষেত্ৰত মই দুঘণ্টাতে ৰৈ গৈছিলোঁ।”

২০০৫ চনত মাত্ৰ ১৫ বছৰ বয়সতে ছাইনাৰ কেৰিয়াৰ আৰম্ভ হৈছিল। বহুদিন ধৰি ভাৰতীয় বেডমিণ্টনৰ ৰাণীৰ খিতাপ তেওঁৰ শিৰত আছিল। ২০১০ চনত কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিল ছাইনাই। দুবছৰৰ পিছত ২০১২ চনৰ অলিম্পিকত বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰে। বেডমিণ্টনত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।

ইয়াৰ উপৰিও ছাইনাই বিশ্ব চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০১৮ চনৰ কমনৱেলথ গেমছত সোণৰ পদক আৰু এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। জুনিয়ৰ পৰ্যায়ত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল ছাইনাই।

অৱশ্যে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ পিছৰে পৰা আঁঠুৰ আঘাতৰ বাবে জুৰুলা হৈ পৰিছিল ছাইনা। লাহে লাহে তেওঁৰ ফৰ্ম হেৰাই গৈছিল। এতিয়া ছাইনাই ঘোষণা কৰিলে যে তেওঁ বেডমিণ্টন ক’ৰ্টক চিৰবিদায় দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd