• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খোলা বিড়ি আৰু চিগাৰেটৰ বিক্ৰী নিষিদ্ধ কৰা হ’ল এইখন ৰাজ্যত, কাৰণটো জানক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2020 6:06 pm
a bidi
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি ক’ৰ’ণা ভাইৰাছে মহা সংহাৰৰ সৃষ্টি কৰি থকাৰ সময়তে দেশৰ এখন ৰাজ্যই খোলা অৱস্থাত বিড়ি আৰু চিগাৰেটৰ বিক্ৰী নিষিদ্ধ কৰিছে। খোলা অৱস্থাত বিড়ি আৰু চিগাৰেটৰ বিক্ৰী নিষিদ্ধ কৰা ৰাজ্য খন হৈছে মহাৰাষ্ট্ৰ।

মহাৰাষ্ট্ৰৰ স্বাস্থ্য দপ্তৰে শেহতীয়াকৈ প্ৰকাশ কৰা এক নিৰ্দেশনাত এই বুলি কোৱা হৈছে কোনো বিক্ৰেতাই গ্ৰাহকক খোলাকৈ বিড়ি আৰু চিগাৰেট বিক্ৰী কৰিব নোৱাৰিব।

Apply Now

কোনোবাই বিড়ি অথবা চিগাৰেট ক্ৰয় কৰিব বিচাৰিলে সম্পূৰ্ণ পেকেটটো ক্ৰয় কৰিব পাৰিব।

ধূমপানে কোভিড সংক্ৰমণৰ আশংকা বহু গুণে বঢ়াই তোলাৰ আশংকা থকাৰ সময়তে মহাৰাষ্ট্ৰ চৰকাৰে খোলা অৱস্থাত বিড়ি-চিগাৰেটৰ বিক্ৰী বন্ধ কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

ধপাত জাতীয় সামগ্ৰী আইন ২০০৩ (বিজ্ঞাপন, নিষিদ্ধকৰণ, বাণিজ্য নিয়ন্ত্ৰণ, বাণিজ্য, উৎপাদন, সৰবৰাহ আৰু বিতৰণ) অনুসৰি চিগাৰেট-বিড়িৰ পেকেটৰ উপৰিভাগৰ ৮৫ শতাংশ অঞ্চল সামৰি ধঁপাত সেৱনৰ ভয়াৱহতা সম্পৰ্কীয় সতৰ্কতা প্ৰকাশ কৰিব লাগে।

খোলা অৱস্থাত এটা বা দুটাকৈ বিড়ি-চিগাৰেট কিনাসকলে সেই সতৰ্কতামূলক কথা দেখিবলৈ নাপায়।

সেয়ে খোলা অৱস্থাত বিড়ি-চিগাৰেটৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। এই আইন উলংঘা কৰা সকলক কঠোৰ শাস্তি বিহা হ’ব বুলি মহাৰাষ্ট্ৰ জনস্বাস্থ্য দপ্তৰৰ মন্ত্ৰী ৰাজেশ টপেই প্ৰকাশ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি বিশ্বজুৰি আজিৰ তাৰিখত ৪০ নিযুতকৈয়ো অধিক নাবালকে ধঁপাত ব্যৱহাৰ কৰে।

স্বাস্থ্য সংস্থাৰ মতে বিশ্বজুৰি বৰ্তমান ১৩ৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ ৪০ নিযুতকৈ অধিক শিশুৱে ধঁপাত ব্যৱহাৰ কৰি আহিছে।

ধঁপাত উদ্যোগে প্ৰতি বছৰে ৯ বিলিয়ন মাৰ্কিন ডলাৰ বিজ্ঞাপনৰ নামত খৰচ কৰে।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ধঁপাত উদ্যোগটোৱে বৰ্ধিতভাৱে তৰুণসকলক লক্ষ্য কৰিবলৈ লৈছে।

ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ফলত বছৰি ৮ মিলিয়ন লোক মৃত্যুমুখত পৰে।

স্বাস্থ্য সংস্থাটোৱে লগতে কয় যে এই নিচাজাতীয় সামগ্ৰীসমূহৰ ব্যৱহাৰে মানুহৰ কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ সক্ষমতা হ্ৰাস কৰে।

তৰুণসকলক সজাগ কৰাটো গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি স্বাস্থ্য সংস্থাটোৱে কয় যে দহৰ ভিতৰত নজন ধূমপানকাৰীয়ে ১৮ বছৰ বয়সৰ পূৰ্বেই ইয়াক আৰম্ভ কৰে।

খোলা অৱস্থাত বিড়ি-চিগাৰেটৰ বিক্ৰী বন্ধ হোৱাৰ ফলত বহুতে বিশেষকৈ শিক্ষাৰ্থীসকলে চিগাৰেট-বিড়িৰ পেকেট কিনিবলৈ সক্ষম নহ’ব বুলি মহাৰাষ্ট্ৰৰ জনস্বাস্থ্য দপ্তৰৰ মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd