• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিগৰাকী প্ৰাক্তন প্ৰেমিকাৰ সৈতে জন্মদিন উদযাপন দাবাং খান চলমানৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 28, 2019 9:33 am

2 min read

Salman-Khan-celebrates-54th-birthday

চলমানৰ জন্মদিনৰ পাৰ্টিত কেটৰিনা কাইফ আৰু অন্যান্য।

1.8k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে নিজৰ ৫৪ সংখ্যক জন্মদিন উদযাপন কৰিলে বলীউদৰ হাৰ্টথ্ৰব অভিনেতা চলমান খানে। কিন্তু দাবং খানৰ এইবাৰ জন্মদিনত উপস্থিত থাকিল তিনিগৰাকী বিশেষ অতিথি।

প্ৰেমৰ পৃথিৱীত সাহসী যোদ্ধা দাবং খানৰ এইবাৰৰ জন্মদিনত নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থাকিল তেওঁৰ তিনিগৰাকীকৈ প্ৰাক্তন প্ৰেমিকা কেটৰিনা কাইফ, স্নেহা উলাল আৰু ইউলিয়া ভান্তুৰ।

চলমানে অতি আনন্দেৰে তেওঁলোকৰ সৈতে জন্মদিন চেলিব্ৰেট কৰিলে। অৱশ্যেই চলমানৰ এনে সাহসক পৰি নমস্কাৰ জনাইছে তেওঁৰ অনুৰাগীসকলে।

আনহাতে তিনিগৰাকী  প্ৰাক্তন প্ৰেমিকাই নহয়, চলমানৰ জন্মদিনত বলীউদৰ ললনাৰ লানি লাগিল।

নিমন্ত্ৰণ ৰক্ষা কৰি পাৰ্টিত উপস্থিত থাকিল সোণাক্ষী সিনহা, টাবু, বিদ্যা বালান, জেকুলিনকে ধৰি আন বহুতো।

শুকুৰবাৰৰ জন্মদিনৰ পাৰ্টিৰ বাবে বৃহস্পতিবাৰে নিশা ১২ বজাতেই মুম্বাইত ভাতৃ চোহেইল খানৰ বাংলোত জন্মদিনৰ পাৰ্টিত উপস্থিত হয় বলীউদৰ তাৰকাসকল।

salman-inside-pictures-of-birthday-katrina-51577430866
চলমানৰ জন্মদিনৰ পাৰ্টিত জেকুলিন আৰু কেটৰিনা।

 

বলীউদ সুন্দৰীসকলৰ উপস্থিতি আছিল বিশেষ আকৰ্ষণ। কেক কটাৰ পৰা খোৱা বোৱালৈকে সকলো এক আনন্দৰ মাজেৰে পাৰ হয়।

লেডাৰ জেকেট, ষ্টাইলিছ জীনছ পৰিধান কৰা দাবাং খানে কেটৰিনা কাইফ, ইউলিয়াৰ কঁকালত হাত থৈ বাহিৰত ৰৈ থকা অনুৰাগীসকললৈ হাত জোকাৰি  বাংলোৰ ভিতৰত প্ৰৱেশ কৰে।

চলমানে নিজেই কেক কাটি খুৱাই দিয়ে সোণাক্ষীক। প্ৰাক্তন প্ৰেমিক, পূৰ্বৰ মনৰ মানুহজনক আকৌ এবাৰ  ঘনিষ্ঠভাৱে কাষত পাই উৎফুল্লিত হৈ পৰে কেটৰিনা, স্নেহা, ইউলিয়া।

স্বাভাৱিকতেই কোনো কিমান নিকট সান্নিধ্য ৰক্ষা কৰি চলমানৰ সৈতে ফটো উঠিব পাৰে তাক লৈয়েই যেন তৎপৰ হৈ পৰিল সুন্দৰীগণ।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd