• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিনেমা ফ্লপ! হোটেলৰ ব্যৱসায়ত লাগিল ছলমান খান

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 24, 2023 9:28 am
2k
VIEWS
Share on FacebookShare on Twitter

বলীউড জগতৰ ছুপাৰষ্টাৰ। প্ৰায় তিনি দশক ধৰি হিন্দী ছবিত অভিনয় কৰি আহিছে। অৱশ্যে ছলমান খানৰ কেইবাখনো ছবিয়ে ফ্লপৰ তালিকাত স্থান পাইছে।

ছলমানৰ শেহতীয়াকৈ মুক্তি পোৱা ‘কিছি কা ভাই কিছি কা জান’ ছবিখনে বক্স অফিচত বিশেষ ভাল প্ৰদৰ্শন নকৰিলে। যাৰ বাবে সমালোচনা বা চৰ্চাৰ সন্মুখীন হৈছে অভিনেতা গৰাকী।

এই সকলোবোৰৰ মাজতে ছলমান খানে এখন হোটেল খুলিবলৈ ওলাইছে।

প্ৰায় ১৯ মহলীয়া এখন বিলাসী হোটেল নিৰ্মাণ কৰি আছে ছলমানে। কোটি কোটি টকাৰ গৰাকী হোৱাৰ পিছতো অভিনেতাগৰাকীয়ে এতিয়াও পিতৃ-মাতৃৰ সৈতে গেলাক্সি এপাৰ্টমেণ্টৰ এটা সৰু কোঠাত থাকে। 

অৱশ্যে তেওঁ কেতিয়াবা অকলে সময় কটাবলৈ পানভিলৰ ফাৰ্ম হাউচলৈ যায়। এই ফাৰ্ম হাউচটো কেইবা বিঘা মাটিত বিস্তৃত।

বহু সম্পত্তিৰ মালিক ছলমান খান। এইবাৰ মুম্বাইৰ বিলাসী হোটেলবোৰৰ তালিকাত বান্দ্ৰাৰ কাৰ্টাৰ ৰোডত থকা ছলমানৰ হোটেলখনো যোগ হ’বলৈ গৈ আছে। 

সূত্ৰ অনুসৰি বিএমচিয়ে ইতিমধ্যে হোটেলখনৰ ব্লুপ্ৰিণ্ট ছীল কৰিছে। এটা সময়ত এই মাটিখিনি ষ্টাৰলেট সমবায় গৃহ নিৰ্মাণ সমিতিৰ আছিল। অৱশ্যে কেইবাবছৰ পূৰ্বে খান পৰিয়ালে সেয়া ক্ৰয় কৰিছিল।

প্ৰথমে খান পৰিয়ালে ইয়াত এটা বাসগৃহ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু এতিয়া সেই পৰিকল্পনা সলনি হৈছে। এতিয়া সেই ঠাইত বিলাসী হোটেল নিৰ্মাণ কৰিব চুপাৰষ্টাৰ চলমান খানে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd