• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰচাৰ অবিহনে ২৫ হাজাৰ পৰিয়ালক সহায় আগবঢ়োৱা ছলমান খানক প্ৰশংসা অনুৰাগীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 11, 2020 8:20 am

1 min read

9cd2737a2965f0cb232d13bd6b936034

ফটো উৎস : ইনষ্টাগ্ৰাম

488
VIEWS
Share on FacebookShare on Twitter

বলিউদ অভিনেতা ছলমান খানে দুখীয়াক সহায় কৰিবলৈ আগবাঢ়ি অহা আমি প্ৰায়েই দেখো। লকডাউনৰ সময়তো অভিনেতাগৰাকীয়ে আৰ্থিক সংকটত ভোগা ফিল্ম ইণ্ডাষ্ট্ৰিৰ দিন হাজিৰা কৰা কৰ্মচাৰীসকলক আৰ্থিকভাৱে সহায় আগবঢ়াইছিল।

ছলমানৰ এই সহায়ৰ বাবে তেওঁৰ অনৰাগী সকলে তেওঁক ছ’চিয়েল মিডিয়াত প্ৰশংসাৰে উপচাই পেলাইছিল।

এই বিষয়টো সংবাদ মাধ্যমত চৰ্চিত হৈছিল যদিও এইবাৰ অভিনেতাগৰাকীয়ে কোনো প্ৰচাৰ নকৰাকৈয়ে এইসকল দৈনিক মজুৰি কৰা লোকক খাদ্য সামগ্ৰীও প্ৰদান কৰি থকা বুলি জানিব পৰা গৈছে।

টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিছে ছলমান খানৰ বন্ধু তথা ৰাজনীতিবিদ বাবা ছিদ্দিকে।

ছিদ্দিকে কয় যে দিন হাজিৰা কৰা কৰ্মচাৰীসকলক কৰা সহায়ৰ বাবে ছলমান খানক ধন্যবাদ জনাইছো। সহায়ৰ ক্ষেত্ৰত বেলেগতকৈ ছলমান সদাই এখোজ আগত থাকে বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে বাবা ছিদ্দিকৰ এই টুইট ভাইৰেল হৈ পৰাত পুনৰ এবাৰ অনুৰাগীসকলৰ মন জয় কৰাৰ লগতে ছলমানক প্ৰশংসাৰে উপচাই তোলে।

কিছু অনুৰাগীয়ে তেওঁক ৰিয়েল হিৰ’ বুলি কোৱাৰ লগতে একাংশই প্ৰচাৰ অবিহনেই এইদৰে সহায় কৰা কাৰ্যক প্ৰশংসা কৰে।

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত লকডাউন ঘোষণা কৰাত আৰ্থিক সংকটত পৰিছিল বলিউদ ইণ্ডাষ্ট্ৰিৰ প্ৰায় ২৫ হাজাৰ দৈনিক মজুৰিৰ কৰ্মচাৰী। এই কথা জানিব পাৰি ছলমানে ২৫ হাজাৰ কৰ্মচাৰীক আৰ্থিকভাৱে সহায় কৰিছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd