DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰাক্তন প্ৰেমিক চলমান, ৰণবীৰে কেটৰিনাক উপহাৰ দিলে গাড়ী, নেকলেচ; বাকী কোনে কি দিলে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2021 1:35 pm
WhatsApp Image 2021-12-14 at 12.46.39 PM
934
VIEWS
Share on FacebookShare on Twitter

কেটৰিনাৰ পাণি গ্ৰহণৰ সুযোগ নহ’ল যদিও উপহাৰৰ দিশত ভিকি কৌশলকো চেৰ পেলালে দুই প্ৰাক্তন প্ৰেমিক চলমান খান আৰু কেটৰিনা কাইফে। কিন্তু কেনেকৈ?

ভিকিয়ে তেওঁৰ সুন্দৰী পত্নীক এটা ছেফেয়াৰ জেমৰ আঙুঠি উপহাৰ দিছে যাৰ চাৰিওফালে হীৰাৰে খচিত কৰা আছে।

কেটৰিনাৰ পবালি আঙুলিত জিৰিকি ৰৈছে সেই আঙুঠি। ভিকিয়ে কেটৰিনাক উপহাৰ দিয়া সেই আঙুঠিটোৰ দাম ১.৩ কোটি টকা।

কিন্তু বিয়া সমাপন হোৱাৰ পাছতে কেটৰিনাই পোৱা উপহাৰৰ টোপোলাসমূহ খোলা হৈছে।

Also Read: নিশা কলিয়াবৰত অঘটন; উলুৱনী আৰক্ষী নিৱেশৰ আৱাসত গুলিবিদ্ধ হ’ল এটি চাৰিবছৰীয়া শিশু

বাতৰি অনুসৰি, কেটৰিনাৰ দুই প্ৰাক্তন প্ৰেমিক চলমান খান আৰু ৰণবীৰ কাপুৰে দামৰ ফালৰ পৰা ভিকিকো চেৰ পেলাই অধিক দামী উপহাৰ দিছে।

চলমান খানে দিছে এখন ৩কোটি টকীয়া বিলাসী গাড়ী। ৰণবীৰে দিছে ২.৭কোটি টকা দামৰ এডাল হীৰাৰ নেকলেচ।

সেইদৰে, কেটৰিনাৰ আন তাৰকা বন্ধু-বান্ধৱীৰ উপহাৰসমূহো কিন্তু পেলাই দিব পৰা নহয়। আলিয়া ভাটে দিলে লাখটকীয়া সুগন্ধি।

Also Read: Ranjan Gogoi: দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে বিৰোধী সাংসদৰ বিশেষাধিকাৰ ভংগৰ জাননী

আনহাতে, ভিকি-কেটৰ প্ৰতিবেশী অনুষ্কা শৰ্মাই ৬.৪লাখ টকা দামৰ হীৰাৰ কাণৰ ডুল উপহাৰ দিছে। আৰু শ্বাহৰুখ খানে?

শ্বাহৰুখ খানে ভিকি-কেটৰ নতুন ঘৰ সজাই তোলাৰ বাবে ডেৰ লাখ টকা দামৰ পেইন্টিং উপহাৰ দিছে।

উপহাৰৰ ক্ষেত্ৰত হৃত্বিক ৰোছনেও পিছ পৰি ৰোৱা নাই। ভিকি-কেটক হৃত্বিকে দিলে এখন ৩লাখ টকা দামী বাইক।

Also Read:New Delta Strain: অ’মিক্ৰণৰ আতংকৰ মাজতে চীনত নতুন প্ৰজাতিৰ কৰ’নাৰ সংক্ৰমণে বৃদ্ধি কৰিছে উদ্বেগ

ইপিনে, অভিনেত্ৰী তাপসী পান্নুৱে বন্ধু ভিকিক দিলে ১.৪ লাখ টকা দামৰ এটা প্লেটিনামৰ ৰিষ্টবেণ্ড।

তথাপি, সকলোকে চেৰ পেলাই কেটৰিনাই স্বামী ভিকিক উপহাৰ দিলে ১৫ কোটি দামী এটা হেপী হোম কৰ্ণাৰ।   

Recent News

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

চিকিৎসকৰ হেমাহিৰ বাবে এটি শিশুৰ মৃত্যু হোৱাৰ দাবী; নিশা উত্তপ্ত কেলিডেন চাহ বাগিছা

চিকিৎসকৰ হেমাহিৰ বাবে এটি শিশুৰ মৃত্যু হোৱাৰ দাবী; নিশা উত্তপ্ত কেলিডেন চাহ বাগিছা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd