• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিউয়ৰ্কৰ আক্ৰমণ! সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে লেখক ছলমান ৰুশ্বদীৰ এখন হাত আৰু এটা চকু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2022 12:18 pm
142
VIEWS
Share on FacebookShare on Twitter

যোৱা ১২ আগষ্টত নিউয়ৰ্কৰ এটা শিক্ষা কেন্দ্ৰত হলভৰ্তি দৰ্শকৰ সন্মুখত ভাষণ দিয়াৰ প্ৰস্তুতি চলাই থকা সময়ত আক্ৰমণৰ বলি হৈছিল বিতৰ্কিত লেখক ছলমান ৰুশ্বদী। আক্ৰমণৰ ফলতে এতিয়া তেওঁৰ এটা চকুৰ দৃষ্টিশক্তি আৰু এখন হাত সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে।

১৯৮৮ চনৰ ছেপ্টেম্বৰ মাহত ৰুশ্বদীৰ অত্যন্ত বিতৰ্কিত ছেটেনিক ভাৰ্ছেছ প্ৰকাশিত হয়। ৰুশ্বদীয়ে পয়গম্বৰ আৰু তেওঁৰ পত্নীসকলৰ বিষয়ে সকলো অত্যন্ত আপত্তিজনক মন্তব্য প্ৰকাশ কৰাৰ অভিযোগ উঠিছিল।

লগতে পঢ়ক: সমীক্ষাৰ দাবী: ঋষি ছুনাককে প্ৰধানমন্ত্ৰীৰ চকীত বিচাৰে ৪৫ শতাংশ ব্ৰিটেইনবাসীয়ে

 ১৯৮৯ চনত ইৰাণৰ ইছলামিক বিপ্লৱৰ নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেনীয়ে ৰুশ্বদীৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ফতোৱা জাৰি কৰে। ৰুশ্বদী তেতিয়া আত্মগোপন কৰে আৰু সকলো সময়তে আৰক্ষী সুৰক্ষাৰ অধীনত থাকিব লগা হয়।

যোৱা আগষ্টত হোৱা আক্ৰমণৰ পিছত তেওঁৰ পুত্ৰ জাফৰ ৰুশ্বদীয়ে কৈছিল যে তেওঁৰ পিতৃৰ ছুৰিকাঘাত মাৰাত্মক আছিল আৰু ই তেওঁৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিব।

লেবানিজ বংশোদ্ভূত ২৪ বছৰীয়া আমেৰিকান নাগৰিক হাদি মাটাৰক ঘটনাটোৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল। আটকৰ পিছত কাৰাগাৰত থাকোতে আগষ্টত নিউয়ৰ্ক পোষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হাদী মাটাৰে ইমাম খোমেনীক  মহান ব্যক্তিত্ব বুলি উল্লেখ কৰিছিল। অৱশ্যে, ইমাম খোমেনীৰ ফতোৱা অনুসৰণ কৰি তেওঁ ৰুশ্বদীক আক্ৰমণ কৰা বুলি কোৱা নাছিল।

লগতে পঢ়ক: সস্তা দামত আপেল ক্ৰয় কৰি চৰা দামত বিক্ৰী কৰিছে মোডীৰ বন্ধু আদানীয়ে; কাৰ অভিযোগ?

হাদি মাটাৰে কৈ আহিছে যে তেওঁ ৰুশ্বদীক ভাল নাপায় কাৰণ এই ব্যক্তিজনে ইছলামৰ ওপৰত আঘাত কৰিছে। ৰুশ্বদীৰ হত্যাৰ প্ৰচেষ্টাৰ বাবে নিজকে নিৰ্দোষী  বুলি দাবী কৰিছে হাদি মাটাৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd