DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

HSLC Exam Result: হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থানেৰে উজলিল যোৰহাটৰ সমাদৃতা, টীয়কৰ চেহনাজৰ পঞ্চম স্থান

এন ই নাও নিউজ, যোৰহাট by এন ই নাও নিউজ, যোৰহাট
June 7, 2022 11:14 am
হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰা যোৰহাটৰ সমাদৃতা শৰ্মা আৰু পঞ্চম স্থান লাভ কৰা টীয়কৰ চেহনাজ অঞ্জুম য়াছমিন।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰা যোৰহাটৰ সমাদৃতা শৰ্মা আৰু পঞ্চম স্থান লাভ কৰা টীয়কৰ চেহনাজ অঞ্জুম য়াছমিন।

231
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা ২০২২ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চতুৰ্থ স্থান পাবলৈ সক্ষম হৈছে যোৰহাটৰ সমাদৃতা শৰ্মাই। যোৰহাট বাকচুঙৰ ডনবস্ক হাইস্কুলৰ ছাত্ৰী সমাদৃতাই সৰ্বমুঠ ৫৯৪ নম্বৰ লাভ কৰে l

সমাদৃতা শৰ্মা পিতৃ জয়ন্ত শৰ্মা যোৰহাট টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ এজন কৰ্মচাৰী আৰু মাতৃ ৰঞ্জিতা শৰ্মা এখন ব্যক্তিগত বিদ্যালৰৰ শিক্ষয়িত্ৰী l

আনহাতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থানেৰে যোৰহাটৰ টীয়কৰ নাম উজলালে চেহনাজ অঞ্জুম য়াছমিনে।

লগতে পঢ়ক: HSLC exam result হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা: উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ; চাওক প্ৰথম দহটা স্থানৰ সম্পূৰ্ণ তালিকা

৫৯৩ নম্বৰেৰে টীয়কৰ নাম উজলোৱা চেহনাজ অঞ্জুম য়াছমিন টীয়ক বেন গাৰ্ডেন হাইস্কুলৰ ছাত্ৰী।

মুকিবুৰ ৰহমান আৰু মফিদা বেগমৰ কন্যা চেহনাজ অঞ্জুম য়াছমিনে এই ফলাফলৰ বাবে ভগৱানক ধন্যবাদ জনাইছে।

চেহনাজে পৰৱৰ্তী শিক্ষা হোজাইৰ আজমাল ছুপাৰ ফ’ৰ্টিত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Recent News

Salman Khan

সিদ্ধু মুছেৱালাৰ দৰেই হ’ব গতি! পুনৰ হত্যাৰ ভাবুকিভৰা মেইল বলীউডৰ ভাইজানলৈ

Rahul Gandhi

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ: ঐক্যবদ্ধ প্ৰতিবাদৰ আহ্বান হীৰেন গোহাঁই, নাগৰিক সমাজৰ

Lovlina Borgohain

অসমকন্যাৰ হাতৰ মুঠিত বিশ্ব: লাভলিনাৰ বিশ্বজয়

Nikhat Zareen World Boxing Championships

আনষ্টপেবল নিখাত: ক্ৰমাগত দ্বিতীয়টো বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণ জয় নিখাত জাৰিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd