• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত বৈধ নহয়, বিশ্বৰ কোন কোন দেশত সমলিংগ বিবাহ বৈধ? জানিবলৈ চাওক…

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
October 17, 2023 6:23 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত সমলিংগ বিবাহক আইনী স্বীকৃতি প্ৰদান কৰা হ’ব নহয় সেই বিষয়ে সমগ্ৰ দেশবাসীৰে উৎকণ্ঠা বৃদ্ধি পাইছে। উচ্চতম ন্যায়ালয়ৰ পাঁচজন ন্যায়াধীশৰ সংবিধান বিচাৰপীঠে সমলিংগ বিবাহক আইনী স্বীকৃতি প্ৰদান সম্পৰ্কীয় দুখন আবেদন শুনানি গ্ৰহণ কৰি আছে। অতি শীঘ্ৰেই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই সম্পৰ্কীয় চূড়ান্ত ৰায় প্ৰদান কৰিব।

কিন্তু তিনিখন ৰাজ্যৰ বাহিৰে দেশৰ প্ৰায়বোৰ ৰাজ্যৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সমলিংগ বিবাহৰ আইনী স্বীকৃতি প্ৰদানৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে। তাৰ মাজতো মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে সমলিংগ বিবাহৰ আইনী স্বীকৃতি বিচৰাসকলৰ আশাৰ সঞ্চাৰ কৰিছে। অৱশ্যে ন্যায়ালয়ে কি ৰায় দিয়ে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Apply Now

কিন্তু দেশত এই সম্পৰ্কে উত্তেজনা আৰু উৎকণ্ঠা বিৰাজ কৰি থকাৰ মাজতে আমি আপোনালোকক জনাব খুজিছো সমলিংগ বিবাহক আইনী স্বীকৃতি প্ৰদান কৰা দেশসমূহৰ বিষয়ে।

উল্লেখ্য যে এই সময়লৈকে বিশ্বৰ ৩৪ খন দেশে সমলিংগ বিবাহক স্বীকৃতি প্ৰদান কৰিছে। এই তালিকাত শেহতীয়াভাৱে সংযোজন হোৱা দেশখন হ’ল এণ্ডোৰা। ইফালে অহা বছৰত আৰু এখন দেশত এই বিবাহে আইনী স্বীকৃতি লাভ কৰিব। আইনী স্বীকৃতি লাভ কৰিবলগীয়া দেশখন হ’ল ইষ্ট’নিয়া।

এই বিবাহে বৈধতা লাভ কৰা অন্যান্য দেশসমূহ হৈছে —

আৰ্জেণ্টিনাঃ ২০১০ চনত সমলিংগ বিবাহ বৈধ কৰা হৈছিল।

মেক্সিকোঃ ২০১০ চনত ফেডাৰেল ডিষ্ট্ৰিক্ট (মেক্সিকো চহৰ)ত সমলিংগ বিবাহ বৈধতা প্ৰদান কৰা হৈছিল।

যুক্তৰাজ্যঃ ২০১৪ চনত সমলিংগ বিবাহ বৈধতা প্ৰদান কৰা হয়।

স্কটলেণ্ডঃ ২০১৪ চনত সমলিংগ বিবাহ বৈধতা প্ৰদান কৰা হয়।

অষ্ট্ৰেলিয়াঃ ২০১৭ চনত সমলিংগ বিবাহক বৈধতা প্ৰদান কৰা হৈছিল।

জাৰ্মানীঃ ২০১৭ চনত সমলিংগ বিবাহ বৈধতা প্ৰদান কৰা হয়।

উত্তৰ আয়াৰলেণ্ডঃ ২০২০ চনত সমলিংগ বিবাহ বৈধতা প্ৰদান কৰা হয়।

২০১৫ চনৰ ৯ জুলাইৰ পৰা সমগ্ৰ আমেৰিকাত বিবাহিত সমলিংগ দম্পতীয়ে বিবাহিত বিপৰীত লিংগ দম্পতীয়ে পোৱা সকলো ফেডাৰেল সুবিধাৰ সমান সুবিধা লাভ কৰিছে।

বিবাহৰ বাহিৰেও অন্য আইনী স্বীকৃতি থকা ৩৫ খন দেশ আছে।

চিভিল ইউনিয়ন (চিভিল পাৰ্টনাৰশ্বিপ বুলিও জনা যায়) হৈছে বিবাহৰ দৰেই আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত ব্যৱস্থা, যিটো মূলতঃ সমলিংগ দম্পতীৰ বাবে আইনী স্বীকৃতি প্ৰদানৰ উপায় হিচাপে সৃষ্টি কৰা হৈছে। এই ব্যৱস্থাৰে আমেৰিকাই এনে দম্পতী সকলো অধিকাৰ প্ৰদান কৰে।

আইনী স্বীকৃতি থকা কিছুমান দেশ হ’ল-

ডেনমাৰ্কঃ ১৯৮৯ চনত সমলিংগ দম্পতীৰ আইনী স্বীকৃতি দিয়া প্ৰথমখন দেশ হৈছে ডেনমাৰ্ক।

ব্ৰাজিলঃ ২০০২ চনত এনে দম্পতীৰ বাবে আইনী স্বীকৃতি প্ৰদান কৰা হৈছিল।

এণ্ডোৰাঃ ২০১৪ চনত সমলিংগ দম্পতীৰ বাবে আইনী স্বীকৃতি প্ৰদান কৰা হৈছিল।

চিলিঃ ২০১৫ চনত চিলিয়ে সমলিংগ দম্পতীৰ বাবে আইনী স্বীকৃতি প্ৰদান কৰে।

ইষ্ট’নিয়াঃ ২০১৬ চনত সমলিংগ দম্পতীৰ বাবে আইনী স্বীকৃতি প্ৰদান কৰা হয়।

জাপানঃ ২০২১ চনৰ পূৰ্বে কিছুমান পৌৰ প্ৰশাসনে সমলিংগ দম্পতীৰ বাবে আইনী স্বীকৃতি প্ৰদান কৰা হৈছিল।

স্লোভেনিয়াঃ ২০১৭ চনত সমলিংগ দম্পতীৰ বাবে আইনী স্বীকৃতি প্ৰদান কৰা হৈছিল।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd