• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকত সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্য্যকৰী সভা সম্পন্ন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 10, 2021 6:53 pm

1 min read

সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকত সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্য্যকৰী সভা সম্পন্ন
179
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকতসমূহৰ বিভিন্ন সমস্যা সমাধান আৰু বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি নতুনকৈ গঠন হোৱা সদৌ অসম সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকত সন্থাৰ গুৰুত্বপূৰ্ণ তথা প্ৰথমখন কাৰ্য্যকৰী সভা আজি অনুষ্ঠিত হয়।

গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত দিনৰ ১১ বজাত সন্থাৰ সভাপতি অৰুণ ভাগৱতীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত ৰাজ্যৰ ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকতসমূহৰ বিভিন্ন সমস্যা আৰু বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ সুৰক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কয় হয়।

সন্থাৰ সাধাৰণ সম্পাদক আকবৰ মজুমদাৰে আঁত ধৰা সভাখনত এই বিষয়সমূহক লৈ সন্থাৰ এক প্ৰতিনিধি দলে অতি শীঘ্ৰে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰাৰ প্ৰয়োজনীয়তাকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd