• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চেমচন সিং ইংতি শিশু সেউজ উদ্যানৰ শ্বহীদ বেদী ধ্বংস : দুষ্কৃতিকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী কুৰিটা সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2020 2:51 pm
index.jpga
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি কালচাৰেল চ’ছাইটি কেন্দ্ৰীয় সমিতি, অল বড়ো উইমেন ৱেলফেয়াৰ ফেডাৰেশ্যন অৰ্গেনাইজেশ্যন, দেউৰী পীপলছ জাষ্টিচ ফ’ৰাম, গ্ৰেটাৰ গুৱাহাটী কালচাৰেল চ’ছাইটি (জিজিকেচিএছ), গুৱাহাটী সোণোৱাল কছাৰী সমাজ, বড়ো কালচাৰেল চ’ছাইটি গুৱাহাটী জিলা সমিতি, গুৱাহাটী বড়ো কছাৰী মঞ্চ, দেউৰী কালচাৰেল চ’ছাইটি, অল ইণ্ডিয়া ট্রাইবেল ষ্টুডেন্টছ এচ’ছিয়েচন অসম, কাৰ্বি বাংথে আচেম, আমৰি কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি আৰ্লেচ আচেম (কাৰ্বি মহিলা সমিতি), কৃষক অধিকাৰ সুৰক্ষা সমিতি, য়েইন কাৰাটে ডু একাডেমীকে আদি কৰি কুৰিটাৰো অধিক জনজাতীয় সংগঠনে সন্মিলিতভাৱে গঢ়া কাৰ্বি সমাজৰ পিতা, নৱজাগৰণৰ হোতা তথা সাহিত্যিক চেমচনসিং ইংতি শিশু সেউজ উদ্যানৰ শ্বহীদ স্তম্ভ, নামফলক, কাৰ্বি কালচাৰেল চ’ছাইটিৰ ৰক্তিম পতাকাক ধ্বংস কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

যোৱা ১২ নৱেম্বৰৰ দিনা কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে উদ্যানখনৰ সকলো ৰাজহুৱা সম্পত্তি ধ্বংস কৰি শ্বহীদ বেদীকো ভঙা কাৰ্যক ধিক্কাৰ দিছে আটাইকেইটা জনজাতীয় সংগঠনে।

Apply Now

ভাৰতীয় সাহিত্যিক হিচাপে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰা প্রয়াত সমাজ সংষ্কাৰক চেমচনসিং ইংতি শিশু সেউজ উদ্যানখনত চোকা তৰোৱাল লৈ প্রৱেশ কৰি বৰবাৰীৰ স্থানীয় বাসিন্দা তথা উদ্যানখনৰ সদস্যক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি সন্ত্ৰাস সৃষ্টিকাৰী অসম চৰকাৰৰ এক বিয়াগোম বিভাগৰ সহকাৰী অভিযন্তা সুৰজিত সিং, স্বয়ম্ভূ শিল্পীসংগঠক ককদেৱ দিবানন্দ পেণ্ড, নেতৃত্বাধীন সংগীতম উন্নয়ণ সমিতিৰ (জনৈক লাগাচু) দুষ্কৃতিকাৰীক কোনোপধ্যে ৰেহাই নিদিবলৈ কামৰূপ জিলা-আৰক্ষী প্ৰশাসনক দাবী জনাইছে জনজাতীয় সংগঠনসমূহে৷

স্কুল-কলেজ-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, গৱেষকৰ পৰিস্থিতিতন্ত্ৰ সম্পৰ্কীয় গৱেষণাক্ষেত্র হিচাপে পৰিগণিত চেমচন সিং ইংতি শিশু সেউজ উদ্যানটিখনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে আৰক্ষীয়েও এই উদ্যানখন সুন্দৰৰূপত গঢ়ি তোলাত সহযোগিতা কৰিবলৈ অহ্বান জনাইছে জনজাতীয় সংগঠসমূহৰ লগতে বৰবাৰীৰ সমূহ সচেতন ৰাইজে।

প্রণিধানযোগ্য যে, যোৱা ১৩ নৱেম্বৰৰ কিছুমান বাতৰি কাকতত চেমচনসিং ইংতি শিশু সেউজ উদ্যানৰ, ছাত্ৰ পুথিভঁৰাল, শ্বহীদ বেদী ধ্বংস কৰাৰ বাতৰি পৰিৱেশন নকৰি ভূ-মাফিয়াৰ ভেৰোণীয়া গুন্দা হিচাপে কাম কৰা দুষ্কৃতিকাৰীৰ হৈ পক্ষপাতিত্বমূলক ভিত্তিহীন ভূৱা অপপ্রচাৰৰ বাতৰি সম্পূৰ্ণ বিপৰীত ধৰ্মী পৰিৱেশনকো আশ্চৰ্য প্রকাশ কৰিছে কা কুৰিটাৰো অধিক জনজাতীয় সংগঠনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd