• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সঞ্জয় গান্ধীৰ পৰা বিপিন ৰাৱাটলৈ: আকাশমাৰ্গৰ দুঘৰ্টনাত নিহত উল্লেখযোগ্য ভাৰতীয়সকল

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 8, 2021 9:35 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী চিডিএছ বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ লগতে ১৩ জন লোকৰ আজি শোকাৱহ হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু ঘটে।

ৰাৱাটৰ লগতে অন্যান্যসকলৰ মৃত্যুই ভাৰতত বিমান বা হেলিকপ্তাৰ দুৰ্ঘটনাত হোৱা প্ৰথম মৃত্যু নহয়। ইয়াৰ পূৰ্বেও বিমান আৰু হেলিকপ্তাৰ দুৰ্ঘটনাত আন কেইবাগৰাকীও বিশিষ্ট ভাৰতীয় লোকৰ মৃত্যু হৈছে।

Apply Now

তাইৱানত ১৯৪৫ চনত সংঘটিত এক ৰহস্যজনক বিমান দুৰ্ঘটনাত স্বাধীনতা সংগ্ৰামী তথা আজাদ হিন্দ ফৌজৰ নেতা সুভাষ বসুৰ মৃত্যু ঘটিছিল। অৱশ্যে তেওঁৰ মৃত্যুকলৈ আজিও বিতৰ্ক অব্যাহত আছে।

অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ ২০০৯ চনত মৃত্যু ঘটিছিল এক ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত।

গ্লাইডাৰ দুৰ্ঘটনাই প্ৰাণকাঢ়ি নিছিল মৃত্যু ঘটিছিল ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ। ১৯৮০ চনত নতুন দিল্লীৰ ছফদৰগঞ্জ বিমান বন্দৰত গ্লাইডাৰ অৱতৰণ কৰিবলৈ লওঁতেই দুৰ্ঘটনা ঘটি সঞ্জয় গান্ধী নিহত হৈছিল। ।

২০০১ চনত কানপুৰৰ জনসভাত ভাগ ল’বলৈ গৈ থকাৰ সময়তে ছেচনা বিমান দুৰ্ঘটনাত মৃত্যু ঘটিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মাধৱ ৰাও সিন্ধিয়াৰ।

২০০২ চনত তেলেগু দেশম পাৰ্টিৰ নেতা তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ জি এম চি বালাযোগী নিহত হৈছিল অন্ধ্ৰপ্ৰদেশত সংঘটিত হেলিকপ্তাৰ দুৰ্ঘটনাত।

হাৰিয়ানাৰ তদানীন্তন শক্তিমন্ত্ৰী তথা দেশৰ এগৰাকী বিশিষ্ট উদ্যোগপতি অ’ পি জিন্দালৰ লগতে আন কেইবাজনো লোকৰ ২০০৫ চনত মৃত্যু ঘটিছিল ছাহৰাণপুৰত সংঘটিত এক হেলিকপ্তাৰ দুৰ্ঘটনাত।

পঞ্জাৱৰ তদানীন্তন ৰাজ্যপাল সুৰেন্দ্ৰ নাথৰ লগতে তেওঁৰ পৰিয়ালৰ ৯ গৰাকী সদস্য-সদস্যাৰ মৃত্যু ঘটিছিল ১৯৯৪ চনত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত ।

২০১১ চনত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য অৰুণাচলৰ তদানীন্তন মুখ্যমন্ত্ৰী দৰ্জে খাণ্ডু পতিত হৈছিল এক হেলিকপ্তাৰ দুৰ্ঘটনাত। ঘন অৰণ্যৰ মাজত দুৰ্ঘটনাৰ প্ৰায় পাঁচ দিন পিছতহে খাণ্ডুৰ মৃতদেহ উদ্ধাৰ হৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd