• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 20, 2021 7:04 pm

1 min read

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক
229
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থান ৰোয়েলছে ২০২১ চনৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ পূৰ্বে নতুন অধিনায়ক হিচাপে নিযুক্তি দিছে উইকেট ৰক্ষক বেটছমেন সঞ্জু ছেমছনক।

২৬ বছৰীয়া ছেমছনে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ স্মিথ স্মিথৰ পৰিৱৰ্তে ৰাজস্থান ৰোয়েলছক নেতৃত্ব প্ৰদান কৰিব।

বিগত বৰ্ষৰ আই পি এলত ৰাজস্থান ৰোয়েলছে হতাশজনক প্ৰদৰ্শন দাঙি ধৰাৰ পাছতে ৰাজস্থান ৰোয়েলছে স্মিথক দলত নৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

য়ু এ ইত অনুষ্ঠিত হোৱা আই পি এলত ৰাজস্থান ৰোয়েলছে পইণ্ট তালিকাৰ অন্তিম স্থানত আছিল।

বিগত বৰ্ষৰ আই পি এলত স্মিথে ৰাজস্থানক নেতৃত্ব প্ৰদান কৰি আটাইকেইখন খেলতে অংশগ্ৰহণ কৰি ১৩১.২২ ষ্ট্ৰাইক ৰেটেৰে সৈতে মুঠ ৩১১ ৰান সংগ্ৰহ কৰিছিল।

উল্লেখযোগ্য যে, আই পি এলত দাঙি ধৰা উল্লেখযোগ্য প্ৰদৰ্শনৰ সুবাদতে সঞ্জু ছেমছনে অষ্ট্ৰলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত টি-২০ শৃংখলাত ঋষভ পণ্টৰ স্থানত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

Recent News

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

1000_1200x768

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হংকঙত ৪৭ বিৰোধী নেতাক গ্ৰেপ্তাৰ চীন নিয়ন্ত্ৰাধীন কৰ্তৃপক্ষৰ

প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ পুৰণি প্ৰেমৰ ফটো! ইনষ্টাগ্ৰামত চৰ্চা

প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ পুৰণি প্ৰেমৰ ফটো! ইনষ্টাগ্ৰামত চৰ্চা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd