• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বানন্দ সোণোৱাল এতিয়া অবৈধ অনুপ্ৰৱেশকাৰীৰ ৰক্ষক : আছু

জে এন য়ুৰ ঘটনাৰ বিৰুদ্ধে উত্তৰ-পূবত দুদিনীয়া প্ৰতিবাদ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2020 7:16 pm
AASU

আছু আৰু নেছোৰ সংবাদমেল

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই বুধবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিশ্বাসঘাটক আখ্যা দি তেওঁ বৰ্তমান জাতীয় নায়কৰ পৰিৱৰ্তে অবৈধ অনুপ্ৰৱেশকাৰীৰ ৰক্ষক হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য কৰে।

‘‘তেওঁ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল কিন্তু এতিয়া তেওঁ অবৈধ অনুপ্ৰৱেশকাৰীৰ ৰক্ষক হিচাপে থিয় দিছে,’’ ভট্টাচাৰ্য্যই নতুন দিল্লীত কয়।

Apply Now

নতুন দিল্লীত নাগৰিকত্ব(সংশোধন)আইন সম্পৰ্কত অনুষ্ঠিত হোৱা এখন সংবাদমেল সম্বোধন কৰি আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে এনেদৰে মত প্ৰকাশ কৰে।

‘‘আমি আজি ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত সংবাদমেল অনুষ্ঠিত কৰাৰ উদ্দেশ্য এয়াই যে আমি চৰকাৰক দেখুৱাই দিব বিচাৰিছো অসম আৰু উত্তৰ-পূব ভাৰতৰে অন্তৰ্ভূক্ত, কেন্দ্ৰই কেতিয়াও আমাক মাহী আইৰ দৃষ্টিৰে চাব নোৱাৰে,’’ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয়।

আনহাতে, ভট্টাচাৰ্য্যই সংবাদমেলত অসম আৰু উত্তৰ-পূবে কেতিয়াও ‘কা’ নামানে বুলি মন্তব্য কৰি বিজেপি চৰকাৰে বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে অভিযোগ কৰে।

আছুৰ উপদেষ্টা গৰাকীয়ে ষষ্ঠ অনুসূচী আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ থকা অঞ্চলসমূহক নাগৰিকত্ব (সংশোধন) আইনৰ আওতাৰ বাহিৰত ৰখা সন্দৰ্ভত মত প্ৰকাশ কৰি যদি দেশৰ বাবে ‘কা’ ভাল তেন্তে ষষ্ঠ অনুসূচী আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ থকা অঞ্চলত ই কেনেদৰে বেয়া হ’ব পাৰে বুলি কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে।

‘কা’ই অসমীয়া খিলঞ্জীয়া লোকক ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰৰ পৰা বঞ্চিত কৰি মানৱ অধিকাৰ খৰ্ব কৰিছে বুলিও আছু নেতা গৰাকীয়ে সংবাদমেলত কয়।

আনহাতে, ভট্টাচাৰ্য্যই সমগ্ৰ উত্তৰ-পূবক আন্তঃৰাজ্যিক পাৰপত্ৰৰ আওতাৰ অধীনলৈ আনিবলৈ আহ্বান জনায়।

বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টেয়াৰ ৰেগুলেশ্যন ১৮৭৩ অনুসৰি অসমক আন্তঃৰাজ্যিক পাৰপত্ৰৰ অধীনলৈ অনাৰ সুবিধা দি যোৱাৰ পাছত বিগত ১১ ডিচেম্বৰত ইয়াক খৰ্ব কৰি কেন্দ্ৰ চৰকাৰে পুনৰ অন্যায় কৰিলে বুলিও আছু নেতা গৰাকীয়ে চৰকাৰক সমালোচনা কৰে।

উল্লেখযোগ্য যে, দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দি আছু আৰু নেছোই যুটীয়াভাৱে উত্তৰ-পূৱত দুদিনীয়া প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিব।

দিল্লী আৰক্ষী কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অধীনত চলে বুলি উল্লেখ কৰি সমগ্ৰ আইন শৃংখলা পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰি ছাত্ৰ সংগঠনটোৱে বিশ্ববিদ্যালয়খনত হোৱা ঘটনাক গৰিহণা দিয়াৰ লগতে দেশত ছাত্ৰৰ ওপৰত এনে অত্যাচাৰ নচলিব বুলি চৰকাৰক সকীয়াই দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd