• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৈত্ৰী আঁ‌চনিৰ অধীনত মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰিলে মাৰ্ঘেৰিটাৰ নৱ নিৰ্মিত আৰক্ষী ভৱন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 14, 2020 6:26 pm
IMG-20200214-WA0042

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৈত্ৰী আঁ‌চনিৰ অধীনত শতবৰ্ষ গৰকা নৱনিৰ্মিত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভৱন আজি শুভ উদ্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে চৰকাৰ গঠন হোৱাৰ পাছতেই বিগত বাজেটত দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানাসমূহৰ সৰ্বাংগীণ উন্নয়ন অভিযান চমুকৈ “মৈত্ৰী“ শীৰ্ষক অভিলাষী আঁচনিখন ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰা হৈছিল।

Apply Now

সন্ত্ৰাসবাদ প্ৰতিহত কৰা, চাইবাৰ ক্ৰাইমকে ধৰি সাম্প্ৰতিক সময়ত যিবোৰ অপৰাধে ৰাজ্যত গা কৰি উঠিছে তাৰ সৈতে মুখামুখি হ’ব পৰাকৈয়ে মৈত্ৰী আঁচনিখন প্ৰস্তুত কৰা হোৱা বুলি সোণোৱালে উল্লেখ কৰে।

এই আঁ‌চনিৰ প্ৰথম পৰ্যায়ৰ থানা সমূহৰ অন্যতম মাৰ্ঘেৰিটা আৰক্ষী থানাখনৰ ভৱন শুভ উদ্বোধন কৰা হয়।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ভাষণ প্ৰসংগত কয় যে চৰকাৰে আৰক্ষী বিভাগটোৰ উন্নীতকৰণৰ ক্ষেত্ৰত এনেধৰণৰ বৃহৎ আঁচনি হাতত লৈছে।

ৰাজ্য চৰকাৰৰ দায়িত্বশীল মনোভাৱৰ বাবেই ৰাজ্যৰ ৩৫৫খন থানাক ‘মৈত্ৰী’ আঁচনিৰ অধীনত উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে। প্ৰথম পৰ্যায়ত ইয়াৰে ৭৩খন থানাক অত্যাধুনিকভাৱে সজাই-পৰাই তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে ইতিমধ্যে ধন মুকলি কৰি দিয়া বুলিও তেওঁ উল্লেখ কৰে।

থানাসমূহক ‘গ্ৰীণ ফিল্ড আৰু ব্ৰাউন ফিল্ড’ ভাগত ভাগ কৰা হৈছে। গ্ৰীণ ফিল্ড আঁচনিত থানাসমূহ নতুনকৈ নিৰ্মাণ কৰা হ’ব আৰু ব্ৰাউন ফিল্ড আঁচনিত থানাসমূহ মেৰামতি কৰা হ’ব।

নতুনকৈ নিৰ্মাণ কৰা থানাসমূহত সভাকক্ষ, বিশেষভাৱে সক্ষম লোকৰ বাবে আৰু মহিলা-যুৱতীৰ বাবে বিশেষ কোঠা, ড্ৰাগছ আসক্ত আৰু শিশু অপৰাধীৰ বাবে বিশেষ কোঠাৰ উপৰি বিভিন্ন সা-সুবিধা উপলব্ধ হ’ব।

তদুপৰি আৰক্ষী বিষয়া-কৰ্মচাৰীৰ মানসিকতা সলনিৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

আজিৰ কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, অসম এথলেটিকছ সন্থাৰ সভাপতি তথা ছাত্ৰ ক্ৰীড়া যুৱ কল্যাণৰ উপদেষ্টা পৰিষদৰ সচিব লক্ষ্য কোঁৱৰ সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd