• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

U19 World Cup: যুৱ বিশ্বকাপৰ আৰম্ভণিতে বৃহৎ জয় ভাৰতৰ; ৮৪ ৰানত পৰাস্ত কৰিলে বাংলাদেশক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2024 8:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক বৃহৎ জয়েৰে ভাৰতৰ আৰম্ভণি হৈছে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত। শনিবাৰে গ্ৰুপৰ প্ৰথমখন খেলত উদয় চাহাৰান বাহিনীয়ে বাংলাদেশক ৮৪ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ভাৰতে ৭ উইকেট হেৰুৱাই ২৫১ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশৰ ইনিংছ ১৬৭ ৰানেৰে সমাপ্ত হয়।

সৌম্য পাণ্ডে আৰু মুছিৰ খানে প্ৰথমে চাৰিটা উইকেট দখল কৰে। মেন অৱ দ্য মেচ হয় আদৰ্শ সিং। ভাৰতৰ অ’পেনিং বেটছমেনগৰাকীয়ে ৭৬ ৰান সংগ্ৰহ কৰে।

টছত জয়ী হৈ মাহফুজুৰ ৰহমানে ভাৰতক বেটিং কৰিবলৈ প্ৰেৰণ কৰে। আৰম্ভণিতে ভাৰতে দুটাউইকেট হেৰুৱায়। আৰ্শিন কুলকাৰ্ণী, মুছিৰ খানে কোনো ৰান নাপালে। তৃতীয় উইকেটত আদৰ্শ সিং আৰু উদয় চাহাৰানে ১১৬ ৰান সংযোজন কৰে। ভাৰতীয় অ’পেনাৰগৰাকীয়ে ৯৬টা বলত ৭৬ ৰান সংগ্ৰহ কৰি আউট হয়। অধিনায়কগৰাকীয়ে ৬৪ ৰান সংগ্ৰহ কৰে।

Apply Now

শেষৰ ফালে প্ৰিয়ংশু মোলিয়া, আৰাভেল্লী অৱনীশ আৰু শচীন দাসে গুৰুত্বপূৰ্ণ ৰান সংযোজন কৰে। ৫০ অভাৰৰ শেষত ভাৰতে ৭ উইকেটত ২৫১ ৰান সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ ৫টা উইকেট দখল কৰে মাৰুফ মৃধাই। বাওঁহাতৰ পেচাৰগৰাকীৰ সন্মুখত আত্মসমৰ্পণ কৰে ভাৰতৰ টপ অৰ্ডাৰে।

আনহাতে, ৰান চেজত সম্পূৰ্ণ আত্মসমৰ্পন বাংলাদেশৰ। ৫০ ৰানৰ ভিতৰত ৪ টা উইকেট হেৰুৱায়। কেৱল আৰিফুল ইছলাম (৪১) আৰু মহম্মদ শ্বিহাব জেমছে (৫৪) কিছু প্ৰয়াস চলাইছিল। কিন্তু সেয়াই যথেষ্ট নাছিল।

অৱশেষত ৪৫.৫ অভাৰত ১৬৭ ৰান সংগ্ৰহ কৰি বাংলাদেশৰ ইনিংছ সমাপ্ত হয়। সৌম্য পাণ্ডেই ৪টা উইকেট দখল কৰে। মুছিৰ খানে পায় দুটা উইকেট। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

July 18, 2026 11:39 am
সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am
সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

July 18, 2026 11:39 am
সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd