• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আপোনাৰ ATM কাৰ্ড ১ জানুৱাৰিৰ পৰা বন্ধ হ’ল নেকি? বেংক নিয়মত বৃহৎ সালসলনি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2020 4:34 pm
SBI to change ATM cash withdrawal rules from Sep 18

এচ বি আই এ টি এমৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বেংকসমূহে নতুন বছৰৰ পহিলা দিনটোৰ পৰাই এ টি এম ব্যৱহাৰকে ধৰি বহুকেইটা নিয়মত সালসলনি কৰিছে।

এচ বি আইকে ধৰি ভাৰতৰ সকলো বেংকেই ১ জানুৱাৰিৰ পৰা গ্ৰাহকসকলৰ কিছুমান কাৰ্ডক অবৈধ ঘোষণা কৰিছে।

Apply Now

২০২০ চনৰ ১ জানুৱাৰিৰ পৰা বলবৎ হোৱা সালসলনিকেইটা চাওঁ আহক।

 

১. এ টি এম—

এচ বি আয়ে প্ৰথমবাৰৰ বাবে এ টি এম ব্যৱহাৰৰ ক্ষেত্ৰত অ’ টি পি (One time password)ভিত্তিক সেৱা আৰম্ভ কৰিছে।

এতিয়াৰে পৰা এচ বি আইৰ কাৰ্দৰ জৰিয়তে বেংকটোৰ এ টি এমৰ পৰা ১০ হাজাৰ বা তাতকৈ অধিক ধন উলিয়াবলৈ হ’লে আপোনাৰ একাউণ্টত সংলগ্ন ম’বাইল নম্বৰত এটা অ’ টি পি আহিব।

সেই অ’ টি পি ব্যৱহাৰ কৰিহে আপুনি ধন উলিয়াব পাৰিব।

ধন লেনদেনৰ ক্ষেত্ৰত আৰু এক তৰপ সুৰক্ষা প্ৰৱৰ্তনৰ বাবে এই ব্যৱস্থা কৰা হৈছে বুলি বেংকটোৱে প্ৰকাশ কৰিছে।

 

২. কিছুমান এ টি এম কাৰ্দ/ ডেবিট কাৰ্দ বন্ধ হ’ল—

এচ বি আইৰ লগতে সকলো ভাৰতীয় বেংকৰে ই এম ভি চিপ নথকা কাৰ্দসমূহ আজিৰ পৰা অবৈধ হৈ গৈছে।

বেংকসমূহে ৩১ ডিচেম্বৰ, ২০১৯ৰ ভিতৰত পুৰণি ডেবিট কাৰ্দসমূহ সলনি কৰি নতুন ল’বলৈ গ্ৰাহকসকলক পূৰ্বৰ পৰা আহ্বান জনাই আহিছিল।

পুৰণি মেগনেটিক ষ্ট্ৰাইপযুক্ত ডেবিট কাৰ্দতকৈ নতুন চিপযুক্ত কাৰ্দসমূহ অধিক সুৰক্ষিত হ’ব বুলি বেংকসমূহে প্ৰকাশ কৰিছে।

 

৩. গৃহ ঋণ সস্তা হ’ল–

১ জানুৱাৰিৰ পৰা এচ বি আইৰ গৃহ ঋণ সস্তা হ’ল। গৃহ ঋণৰ লগতে এম এচ এম ই ঋণ লওঁতাসকলৰ সুদৰ হাৰো হ্ৰাস কৰা হৈছে।

এতিয়াৰে পৰা পূৰ্বৰ ৮.১৫ শতাংশৰ সলনি ৭.৯ৰ পৰা এচ বি আইৰ গৃহ ঋণ আৰম্ভ হ’ব।

 

৪. এন ই এফ টি মাচুল ৰেহাই—

ভাৰতৰ বেংকসমূহত পহিলা জানুৱাৰিৰ পৰা অনলাইন ধন লেনদেনৰ ক্ষেত্ৰতো আহিছে এক পৰিৱৰ্তন।

এন ই এফ টিযোগে এতিয়াৰে ধন লেনদেনৰ ক্ষেত্ৰত আপুনি ভৰিব নালাগে কোনো মাচুল।

তাৰোপৰি ২৪ ঘণ্টাই এই সেৱা উপলব্ধ হ’ব।

লগতে পঢ়ক– কেনেকৈ জানিব আপোনাৰ কাৰ্ডখন বৈধ নে অবৈধ?

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd