• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কা’ বিৰোধী আন্দোলন: অসমৰ দেৱাংগনা কলিতাৰ জামিনৰ বিৰুদ্ধে দিল্লীৰ চৰকাৰে কৰা আবেদন নাকচ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2020 5:33 pm
a deva
684
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীৰ জাফ্ৰাবাদত সংঘটিত সংঘৰ্ষৰ সময়ত জনতাক প্ৰৰোচিত কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গোচৰৰ ওপৰত গোচৰ জাপি দিয়া অসমৰ দেৱাংগনা কলিতাৰ বিৰুদ্ধে পুনৰ সক্ৰিয় হৈ পৰিছে দিল্লীৰ চৰকাৰ।

শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰা দেৱাগনাৰ জামিন নাকচ কৰাৰ বাবে দিল্লীৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত কৰা এখন আবেদন আজি ন্যায়ালয়ে নাকচ কৰে।

দিল্লী চৰকাৰৰ হৈ অতিৰিক্ত চলিচিটৰ জেনেৰেল এছ ভি ৰাজুই উচ্চতম ন্যায়ালয়ক কয় যে দেৱাগনা কলিতা এগৰাকী প্ৰভাৱশালী ব্যক্তি, সেই বাবে তেওঁৰ জামিন নাকচ কৰিব লাগে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশেোক ভূষণে কয় যে কোনো এজন ব্যক্তি প্ৰভাৱশালী হ’লেই তেওঁৰ জামিন নাকচ কৰাৰ কোনো যুক্তি নাই।

খণ্ডপীঠৰ আন কেইগৰাকী ন্যাধীশ ক্ৰমে আৰ এছ ৰেড্ডী আৰু এম আৰ শ্বাহেও অতিৰিক্ত চলিচিটৰ জেনেৰেলক এই বুলি প্ৰশ্ন কৰে যে দেৱাগনাই তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ প্ৰমাণ কিদৰে নষ্ট কৰিব পাৰে সেয়া দিল্লীৰ চৰকাৰে পস্পষ্ট কৰিব লাগে।

উল্লেখ্য দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এম ফিলৰ ছাত্ৰী তথা Pinjra Tod নামৰ সংস্থাটোৰ সদস্যা দেৱাংগনা কলিতাই সংঘৰ্ষৰ পূৰ্বে জাফ্ৰাবাদ মেট্ৰ’ ষ্টেছনৰ সমীপত প্ৰৰোচনামূলক বক্তব্য ৰাখিছিল বুলি দিল্লী আৰক্ষীয়ে অভিযোগ কৰিছে।

তেওঁৰ বিৰুদ্ধে চাৰিখন এজাহাৰ দাখিল কৰি তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল আৰু তিহাৰ জে’ললৈ নিক্ষেপ কৰিছিল।

‘কা’ বিৰোধী আন্দোলনত দেৱাংগনাই প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ ক’ত বুলি কিছুদিন পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কাইতে আৰক্ষীক প্ৰশ্ন কৰে।

আৰক্ষীয়ে দেৱাংগনাই সেই সময়ত দিল্লী মেট্ৰ’ৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত আছিল আৰু কেমেৰামেনে তেওঁক ঢুকি পোৱা নাছিল বুলি আদালতক জনাইছিল।

দিল্লীৰ আদালতত দেৱাংগনাৰ হৈ যুক্তি প্ৰদৰ্শন কৰা বিশিষ্ট অধিবক্তা কপিল চিবালে কৈছিল যে দেৱাংনাৰ বিৰুদ্ধে আৰক্ষীয়ে জনতাক উচটনি দিয়াৰ যি অভিযোগ আনিছে সেয়া ভিত্তিহীন।

‘কা’ বিৰোধী প্ৰতিবাদকাৰীক উচটনি দিয়াৰ অভিযোগত চলিত বৰ্ষৰ মে’ মাহত দিল্লী আৰক্ষীয়ে দেৱাংগনা কলিতাৰ লগতে তেওঁৰ এগৰাকী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছিল।পিছত দিল্লী উচ্চ ন্যায়ালয়ে দেৱাগনা কলিতাৰ জামিন মঞ্জুৰ কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd