• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আঠখন ৰাজ্যত হিন্দুৰ ‘সংখ্যালঘু’ৰ মৰ্যাদা বিচাৰি জনোৱা আবেদন উচ্চতম ন্যায়ালয়ত খাৰিজ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2020 6:34 pm
supreme-court_of_India-570x320-750x375
1.1k
VIEWS
Share on FacebookShare on Twitter

আঠখন ৰাজ্যত হিন্দুৰ ‘সংখ্যলঘু’ মৰ্যাদা বিচাৰি জনোৱা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন (পি আই এল) বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।

সৰ্বোচ্চ আদালতখনে যিবোৰ ৰাজ্যত হিন্দু সংখ্যালঘু সেই ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ত আবেদন জনাবলৈ আবেদনকাৰীক নিৰ্দেশ দিয়ে।

ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখনত হিন্দুক সংখ্যালঘুৰ মৰ্যাদা বিচৰা আঠখন ৰাজ্য হৈছে- কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষাদ্বীপ (২.৫ শতাংশ), মিজোৰাম(২.৭৫ শতাংশ), নাগালেণ্ড (৮.৭৫ শতাংশ), মেঘালয়(১১.৫৩ শতাংশ), জম্মু ও কাশ্মীৰ (২৮.৪৪ শতাংশ), অৰুণাচল প্ৰদেশ (২৯ শতাংশ), মণিপুৰ (৩১.৩৯ শতাংশ) আৰু পাঞ্জাৱ(৩৮.৪০ শতাংশ)।

এই ৰাজ্যসমূহত শিক্ষা আৰু চৰকাৰী চাকৰিত সুবিধা বিচাৰি দিল্লী বিজেপিৰ নেতা অশ্বিনী উপাধ্যায়ে আবেদনখন দাখিল কৰিছিল।

আদালতখনে অৱশ্যে, আবেদনকাৰীক তেওঁৰ আকাংক্ষিত পৰিৱৰ্তনসমূহ বিচাৰি এক উপযুক্ত মঞ্চত উপস্থাপন কৰিবলৈ কয়।

আদালতে আবেদনকাৰীৰ বাবে কোনো নিৰ্দিষ্ট তাৰিখ নিৰ্দ্ধাৰণ কৰা নাই যদিও তেওঁক বিষয়টো উপযুক্ত কৰ্তৃপক্ষৰ আগত উত্থাপন কৰিবলৈ কোৱা হয়।

আনকি ইয়াৰ পূৰ্বেও এগৰাকী আবেদনকাৰীয়ে দাবী কৰিছিল যে ৰাজ্যৰ সংখ্যগুৰু সম্প্ৰদায়ে যাক সংবিধানত ‘সংখ্যালঘু’তালিকাত ৰাখিছে তেওঁলোকে সাংবিধানিক সা-সুবিধাসমূহ লাভ কৰি আছে।

যোৱা ডিচেম্বৰত আদালতে মন্তব্য কৰিছিল যে এটা সম্প্ৰদায়ক এক ‘সংখ্যালঘু’ হিচাপে ঘোষণা কৰাটো আদালতৰ নহয়, সেয়া চৰকাৰৰহে দায়িত্ব।

লোকপিয়ল অনুসৰি, এই ৰাজ্যকেইখনত হিন্দুসকল হৈছে সংখ্যালঘু।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd