• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2026 3:59 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত অনুষ্ঠিত ‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আইনৰ এজন ছাত্ৰলৈ জাননী প্ৰেৰণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে উচ্চতম ন্যায়ালয়ে। গ্ৰেটাৰ নয়ডাৰ কাৰ্যবাহী দণ্ডাধীশৰ এনে পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰি মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে প্ৰশ্ন কৰে যে এজন দণ্ডাধীশে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি এনে জাননী জাৰি কৰাৰ সাহস কেনেকৈ পালে।

 

Apply Now

উল্লেখযোগ্য যে গৌতম বুদ্ধ বিশ্ববিদ্যালয়ৰ ২০ বছৰীয়া ছাত্ৰ অক্ষত ত্ৰিপাঠীয়ে যন্তৰ-মন্তৰত অনুষ্ঠিত চিজেপিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ লগতে সহপাঠীসকলকো উক্ত কাৰ্যসূচীলৈ যাবলৈ আহ্বান জনাইছিল। ইয়াৰ ভিত্তিত যোৱা ৪ ছেপ্টেম্বৰত ‘চৰকাৰবিৰোধী প্ৰচাৰ’ আৰু ‘উচটনি’ দিয়াৰ অভিযোগত আৰক্ষী আয়ুক্তালয়ৰ অধীনস্থ কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে ছাত্ৰজনলৈ এখন জাননী প্ৰেৰণ কৰিছিল।

 

বুধবাৰে অধিবক্তা বিশ্বজিৎ ভট্টাচাৰ্যই এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰে। সমগ্ৰ ঘটনাৱলীৰ বুজ লৈ মুখ্য ন্যায়াধীশ সূৰ্য কান্তই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ স্পষ্টকৈ কয়, “আমি ইতিমধ্যে নিৰ্দেশ দিছিলোঁ যে কোনো ছাত্ৰৰ বিৰুদ্ধে বলপূৰ্বক পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিব। কোনো দণ্ডাধীশেই সেই নিৰ্দেশ উলংঘা কৰিব নোৱাৰে আৰু আমাৰ নিৰ্দেশ অমান্য কৰাৰ সাহস কাৰো নাই।”

 

স্মৰ্তব্য যে যোৱা ১ ছেপ্টেম্বৰত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে নিৰ্দেশ দিছিল যে ২০ৰ পৰা ২৫ জুলাইৰ ভিতৰত হোৱা প্ৰতিবাদৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আন কোনো ৰাজ্যত নতুনকৈ গোচৰ ৰুজু কৰিব নোৱাৰিব। লগতে শান্তিপূৰ্ণ প্ৰতিবাদত অংশগ্ৰহণ কৰাটোক কোনোমতেই অপৰাধ হিচাপে গণ্য কৰিব পৰা নাযাব বুলিও ন্যায়ালয়ে পূৰ্বেই স্পষ্ট কৰি দিছিল।

 

উচ্চতম ন্যায়ালয়ৰ এই কঠোৰ স্থিতিৰ পাছতেই অৱশ্যে গ্ৰেটাৰ নয়ডাৰ দণ্ডাধীশগৰাকীয়ে জাননীখন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। তথাপিও ন্যায়ালয়ৰ নিৰ্দেশ পোনপটীয়াভাৱে উলংঘা কৰাৰ অপৰাধত সংশ্লিষ্ট কাৰ্যবাহী দণ্ডাধীশ আৰু জিলা দণ্ডাধীশৰ পৰা বিচাৰপীঠে কাৰণ দৰ্শোৱাৰ জাননী বা স্পষ্টীকৰণ তলব কৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm
আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd