• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ লখিমপুৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ছাত্ৰীৰ হাত বিচ্ছিন্ন

NE NOW NEWS এন ই নাও নিউজ
উত্তৰ লখিমপুৰ , August 25, 2018 6:35 pm

1 min read

কাজিৰঙাৰ দিৰিং চাৰিআলিত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত

প্ৰতিনিধিত্বমূলক ছবি

73
VIEWS
Share on FacebookShare on Twitter

উত্তৰ লখিমপুৰত কালি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী স্কুলীয়া ছাত্ৰীয়ে তেওঁৰ বাওঁ হাতখন হেৰুৱাবলগীয়া হয়। ছাত্ৰী গৰাকীয়ে বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাত এখন ট্ৰাকে খুন্দিওৱাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাৰ মাত্ৰ কিছু মিটাৰ আঁতৰত অৱস্থিত লীলাৱতি বৰদলৈ হিন্দী হাইস্কুলৰ সমীপত সংঘটিত এই পথ দুৰ্ঘটনাটোত নকাৰি হাইস্কুলৰ নবম শ্ৰেণীৰ ছাত্ৰী কৰবি সন্দিকৈক কালি আবেলি এ এছ ০১ এফ চি ৬৯৬১ নম্বৰৰ তীব্ৰ বেগী ট্ৰাকখনে পিছফালৰ পৰা খুন্দা মাৰে।

সেই সময়ত ছাত্ৰী গৰাকীয়ে বিদ্যালয়ৰ পৰা চাইকেল চলাই ঘৰলৈ আহি আছিল।

পিছত গুৰুতৰভাৱে আহত কৰবি সন্দিকৈক নগৰৰে এখন ব্যক্তিগত হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসকে তেওঁৰ বাওঁ হাতখন দেহৰ পৰা বিচ্ছিন্ন কৰি দিবলৈ বাধ্য হয়।

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd