• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বিলসমূহত মাছ ধৰাত নিষেধাজ্ঞা প্ৰশাসনৰ

NE NOW NEWS মুৰুলী বৰুৱা
নগাঁও , January 11, 2021 5:40 pm

1 min read

কাজিৰঙাৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বিলসমূহত মাছ ধৰাত নিষেধাজ্ঞা প্ৰশাসনৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

224
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বিলসমূহত মাঘ বিহুৰ উৰুকাৰ দিনা সমূহীয়াভাৱে মাছ মৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ প্ৰতিবেদন মৰ্মে কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত জিলা দণ্ডাধীশে এক আদেশ যোগে মহকুমাটোৰ অন্তৰ্গত বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল এলেকাত ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ নং ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

উল্লেখ্য যে মাছমৰাৰ নামত জাক-জাক মানুহ অবাধভাৱে প্ৰৱেশ কৰি ৰাজহুৱা শান্তি শৃংখলা ব্যাহত কৰি আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি সৃষ্টি কৰাৰ লগতে বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি ভাবুকি মাতি আনি বন্যপ্ৰাণী সংৰক্ষণ আইনখনো ভংগ কৰাৰ পৰিপ্ৰেক্ষিততে আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা।

এই অনুসৰি উক্ত সমগ্ৰ এলেকাটোত অহা ১৩ আৰু ১৪ জানুৱাৰিত পাঁচজন বা ততোধিক ব্যক্তিৰ সমাগম, যি কোনো ধৰণৰ  মাছ মৰাৰ সঁজুলি লগতে যি কোনো ধৰণৰ মাৰণাস্ত্ৰ কঢ়িয়াই লৈ ফুৰাত নিশাধাজ্ঞা আৰোপ কৰা হৈছে।

এই ক্ষেত্ৰত আৰক্ষী বা বনৰক্ষী বাহিনী এই আদেশৰ অন্তৰ্ভুক্ত নহ’ব। এই আইন ভংগকাৰীৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা লোৱা হব।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd