• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৪৪ ধাৰা উলংঘা কৰি মাৰ্ঘেৰিটাত সভা সমিতি, বৰভোজ, খেল অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2021 8:02 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ এখন জৰুৰী জাননীক কেন্দ্ৰক কৰি এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে ৬ জানুৱাৰিত প্ৰকাশ কৰা এই জৰুৰী জাননী অনুসৰি ৰাজ্যৰ কোভিড সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি আৰু ল’বলগীয়া সাৱধানতা বৰ্তাই চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে সামাজিক দূৰত্ব মানি চলিব লাগিব।

Apply Now

এই নিৰ্দেশনা অনুসৰি সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাত যাতে জনসাধাৰণে কোনো ধৰণৰ সমদল অথবা সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব নোৱাৰে তথা, ৫ জনতকৈ অধিক লোক ৰাজহুৱা স্থানত সমৱেত হ’ব নোৱাৰিব, কোনো ধৰণৰ জন সমাগম ৰাজহুৱা স্থানত কৰিব নোৱাৰিব, ৰাজহুৱা অথবা ব্যক্তিগত বাসস্থানত উচ্চস্বৰত স্পিকাৰ বজাই শব্দ প্ৰদূষণ কৰিব নোৱাৰিব।

ইয়াৰোপৰি, বলপূৰ্বকভাৱে কোনো ধৰণৰ দান বৰঙনি সংগ্ৰহ কৰিব নোৱাৰিব, সমগ্ৰ মাৰ্ঘেৰিটাত দুচকীয়া বাহনৰ পিছৰ আসনত মহিলা, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, নিৰাপত্তাৰক্ষী, চৰকাৰী কৰ্মচাৰী, অধিবক্তা, বয়োজ্যেষ্ঠ লোক, সংবাদিক আৰু বিশেষ ভাৱে সক্ষম লোকৰ বাহিৰে অন্য লোকৰ আৰোহণত বাধা নিক্ষেপ কৰা, বাহনসমূহৰ খিৰিকীৰ গ্লাছ সমূহত বাহিৰৰ পৰা নেদেখাকৈ কোনো ধৰণৰ গাঢ় বৰণৰ অথবা কলা তৰপ লগাব নোৱাৰিব, এই জাননীৰ দফা সমূহ অমান্য কৰা সকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ অধীনত দণ্ডনীয় হ’ব বুলি জাননী খনত মাৰ্ঘেৰিটা মহকুমা ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়াই স্বাক্ষৰ কৰি জাননী জাৰি কৰিছিল যদিও মাৰ্ঘেৰিটা মহকুমাত এই জাননীৰ প্ৰায় সংখ্যক দফাই প্ৰতিদিনেই প্ৰশাসনৰ সন্মুখতে অংগুষ্ঠ প্ৰৰ্দশন কৰাৰ অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ এই নিৰ্দেশনা থকাৰ মাজতেই মাৰ্ঘেৰিটা নগৰ মাজমজীয়াত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ ৬ আৰু ৭ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেল পথাৰত অনুষ্ঠিত হ’ল মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন তথা গোৰ্খা জাতীয় সমাৰোহ ২০২১ ।

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই অনুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰা অনুষ্ঠানত কেইবাহাজাৰ লোকৰ সমাগম হোৱৰ লগতে উচ্চস্বৰত মাইক আদি বজাই শব্দ প্ৰদূষণৰ সৃষ্টি কৰে উদোগতা সকলে।

“মাৰ্ঘেৰিটা এথ্‌নিক টেক্সটাইল” নামৰ নৱ গঠিত সংগঠনটোৱে মাৰ্ঘেৰিটা  মাৰ্ঘেৰিটা ৰাজহুৱা ৰঙ্গমঞ্চত অনুষ্ঠিত কৰে “বাণিজ্য মেলা ও প্ৰদৰ্শনী” আৰু এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে মাৰ্ঘেৰিটা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ দাসে আৰু এই অনুষ্ঠানত কভিড-১৯ প্ৰতিৰোধৰ নামত মহকুমা প্ৰশাসনে দিয়া জাননীৰ ফুফুলা স্বৰূপ।

ইয়াৰ ওপৰিও  মাৰ্ঘেৰিটা ৰাজখোৱা পথাৰত মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ পিস্থপোষকতাত অহা ১৩ আৰু ১৪ জানুৱাৰীত প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ ২০২১ উদযাপন স্থলীত প্ৰতিদিনে দেখা গৈছে কেইবাশতাধিক ৰাইজৰ সমাগম যি সমূহ দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত প্ৰতিদিনে প্ৰকাশ পাই আহিছে।

ইয়াৰ ওপৰিও মাৰ্ঘেৰিটা মহকুমাত বিভিন্ন পাইজমাণি দিৱা নৈশ ক্ৰিকেট ,ফুটবল, জুনিয়ৰ ভলিৱল প্ৰতিযোগিতা তথা সাংস্কৃতিক অনুষ্ঠান সমূহত কেইবা হাজাৰ লোকৰ সমাগমে প্ৰশাসনৰ জাৰি কৰা ভাৰতীয় দণ্ডবিধি ১৮৮ আইন চূড়ান্ত ভাৱে ভেঙুচালি প্ৰৰ্দশন হোৱাত মাৰ্ঘেৰিটা মহকুমাৰ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে এনে অনুষ্ঠান তথা খেল প্ৰতিযোগিতা সমূহ অনুষ্ঠান কৰিবলৈ মহকুমা প্ৰশাসনে অনুমতি কি দৰে প্ৰদান কৰি আহিছে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd