• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, April 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ধৰ্মনিৰপেক্ষতা ভাৰতৰ পৰম্পৰাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি : যোগী আদিত্যনাথ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 8, 2021 5:33 pm

2 min read

ধৰ্মনিৰপেক্ষতা ভাৰতৰ পৰম্পৰাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি : যোগী আদিত্যনাথ
206
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে ধৰ্ম নিৰপেক্ষতা হৈছে ভাৰতীয় পৰম্পৰাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি।

ধৰ্ম নিৰপেক্ষতাৰ বাবে ভাৰতীয় পৰম্পৰাই বিশ্ব প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰা নাই বুলি তেওঁ কয়।

তদুপৰি ধৰ্ম নিৰপেক্ষ মনোভাৱ আঁতৰাবৰ বাবে ‘সুস্থ, শুদ্ধ’ প্ৰচেষ্টা লোৱাৰ প্ৰয়োজন বুলিও তেওঁ অনুভৱ ব্যক্ত কৰে।

শনিবাৰে কম্বোডিয়াৰ এংকৰ ৱাট মন্দিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীজনে এইদৰে কৈছে।

এংকৰ ৱাট মন্দিৰৰ এজন গাইডে তেওঁক কোৱা এটা কথাৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীজনে কয় যে যিসকলে নিজৰ লাভৰ বাবে জনতাক বিপথে পৰিচালিত কৰি দেশক বিশ্বাসঘাটকতা কৰিছে, তেওঁলোকক ৰেহাই দিয়া নহ’ব।

উল্লেখযোগ্য যে গাইডজনে যোগী আদিত্যনাথক কৈছিল যে তেওঁ বুদ্ধধৰ্মী আৰু বুদ্ধধৰ্মৰ  উৎপত্তি হৈছে হিন্দুধৰ্মৰ পৰা।

এই প্ৰসংগত যোগী আদিত্যনাথে কয় যে কম্বোদিয়াত গাইডজনে যিদৰে নিজৰ ধৰ্মৰ উৎপত্তিৰ কথা কৈছে, তেনেদৰে যদি ভাৰতত কয়, তেনেহ’লে বহুতো লোকৰ ‘ধৰ্মনিৰপেক্ষতা’ত আঘাট লাগিব।

ধৰ্মনিৰপেক্ষ লোকসকলক তেওঁ সংকীৰ্ণমনা বুলিও অভিহিত কৰে।

”যিসকলে টকাৰ বাবে ভাৰত সম্পৰ্কে মিছা প্ৰপাগাণ্ডা তৈয়াৰ কৰি আছে, তেওঁলোকে উচিত বিচাৰৰ সমুখীন হ’ব।”- যোগী আদিত্যনাথে কয়।

এংকৰ ৱাট মন্দিৰত অযোধ্যা গৱেষণা প্ৰতিষ্ঠানে ই-বুক ফৰমেটত তৈয়াৰ কৰা ‘গ্লবেল এনচাইক্লপেডিয়া অৱ দ্যা ৰামায়ণ’ উন্মোচন কৰি মুখ্যমন্ত্ৰীজনে কয় যে মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীসমূহে এখন সুন্দৰ ভাৰত গঢ়িবৰ বাবে সহায়ক হয়।

মুখ্যমন্ত্ৰীজনে আক্ষেপ কৰে কয় যে এতিয়াও অযোধ্যাত ৰামৰ অস্তিত্ব সম্পৰ্কে কিছুলোকে প্ৰশ্ন উত্থাপন কৰি আছে। তেওঁলোকলৈ উদ্দেশ্যি তেওঁ কয় যে ঐতিহাসিক তথ্য কেতিয়াও উলাই কৰিব নোৱাৰি।

”এইধৰণৰ মানসিকতাই শতক শতক বছৰ ধৰি ভাৰতক ইয়াৰ গৌৰৱময় ঐতিহ্যৰ পৰা আঁতৰাই ৰাখিছে।”- তেওঁ কয়।

Recent News

a ccc

কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত জিলা উপায়ুক্তক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd