• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বছৰৰ শেষতো কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সাফল্য; সংঘৰ্ষত নিহত এজন সন্ত্ৰাসবাদী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 30, 2020 1:07 pm

1 min read

বছৰৰ শেষতো কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সাফল্য; সংঘৰ্ষত নিহত এজন সন্ত্ৰাসবাদী
136
VIEWS
Share on FacebookShare on Twitter

বছৰৰ অন্তিম সময়তো নিৰাপত্তাৰক্ষীবাহিনী আৰু সন্ত্ৰাসবাদীৰ গুলীত উত্তপ্ত ভূস্বৰ্গ কাশ্মীৰ।

মঙলবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হোৱা সেনা আৰু সন্ত্ৰাসবাদীৰ মাজৰ প্ৰচণ্ড গুলীয়াগুলীত এজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

বৰ্তমানো সংঘৰ্ষৰ স্থানত সেনা বাহিনীয়ে তালাচী অব্যাহত ৰাখিছে।

সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ লাভ কৰাৰ পাছতে কাশ্মীৰৰ শ্ৰীনগৰ জিলাত সেনা বাহিনীয়ে অভিযান আৰম্ভ কৰে।

সেনা বাহিনীৰ উপস্থিতি দেখিয়ে উক্ত অঞ্চলত লুকাই থকা সন্ত্ৰাসবাদীয়ে সেনা বাহিনীক উদ্দেশ্যি গুলীবৰ্ষণ কৰে প্ৰত্যুত্তৰত সেনা বাহিনীয়ে গুলী চলায়।

সেনা বাহিনীৰ গুলীত দুৰ্ধৰ্ষ এজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়। মৃত্যু হোৱা সন্ত্ৰাসবাদীজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নায়।

আনহাতে, জম্মু-কাশ্মীৰ আৰক্ষীৰ তৰফৰ পৰা জানিব দিয়া মতে, অভিযানকাৰী দলে নিশা অভিযান বন্ধ ৰাখিছিল।

ঘন কুৱলীৰ বাবে সাধাৰণ লোকৰ ক্ষতি হ’ব বুলি ভাবিয়ে অভিযান বন্ধ ৰখা হৈছিল বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰে।

বুধবাৰে ৰাতিপুৱাৰে পৰা পুনৰ অভিযান আৰম্ভ কৰা হৈছে। অঞ্চলটোত আৰু অধিক সন্ত্ৰাসবাদীয়ে লুকাই থাকিব পাৰে বুলি সেনাৰ সন্দেহ প্ৰকাশ কৰিছে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd