DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

চাংলাঙত নিৰাপত্তাৰক্ষীৰ অভিযানত এন এছ চি এন (আই এম)ৰ শিবিৰ উৎখাত

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 1, 2019 5:44 pm
NSCN Camp Destroyed

নিৰাপত্তাবাহিনীয়ে এন এছ চি এনৰ কেম্প উৎখাত কৰাৰ সময়ত।

389
VIEWS
Share on FacebookShare on Twitter

উজনি অসমৰ বিভিন্ন স্থানৰ লগতে অৰুণাচল প্ৰদেশত উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে। অৰুণাচল প্ৰদেশৰ চাংলাঙত দেওবাৰে নিষিদ্ধ ঘোষিত সংগঠন এন এছ চি এন (আই এম)ৰ এটা শিবিৰ নিৰাপত্তাৰক্ষীৰ দলে উৎখাত কৰাৰ বাতৰি লাভ কৰা গৈছে।

এক গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষী বাহিনীয়ে অৰুণাচল প্ৰদেশৰ চাংলাং আৰু টিৰাপ জিলাৰ সীমামূৰীয়া অৰণ্যত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হৈ অভিযান চলাই এন এছ চি এন (আই এম)ৰ এটা অস্থায়ী শিবিৰ উৎখাত কৰিবলৈ সক্ষম হয়।

আনহাতে, সেনা আৰু আৰক্ষীয়ে যুতীয়াভাৱে চলোৱা অভিযানত চাংলাং জিলাৰ জংৰম আৰু লাইবং অঞ্চলৰ ঘন অৰণ্যত উগ্ৰপন্থী সংগঠনৰ শিৱিৰটো উৎখাত কৰাৰ সময়ত নিৰাপত্তাৰক্ষী বাহিনীয়ে উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা বাচন বৰ্তন, জোতা, পুৰণা কাপোৰ, পানী অনা পাত্ৰকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰি সেইবোৰ ভষ্মীভূত কৰে।

আমি লাভ কৰা তথ্য অনুসৰি উক্ত শিবিৰটো বিগত ফেব্ৰুৱাৰি মাহলৈ এন এছ চি এন (আই এম)ৰ ৩০-৪০ জনীয়া উগ্ৰপন্থীৰ দলে ব্যৱহাৰ কৰি আছিল।

Recent News

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd