• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটৰ চিকিৎসালয়ত অদ্ভুত কাণ্ড : মৃতদেহৰ পৰা কাণফুলি চুৰি

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
February 21, 2020 6:12 pm
JMH
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটৰ মিশ্যন হস্পিটেলত কৰ্তব্যৰত এজন নিৰাপত্তাৰক্ষীয়ে চিকিৎসালয়খনৰ এগৰাকী মৃত ৰোগীৰ কাণৰ পৰা কাণফুলি চুৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চিকিৎসালয়খনৰ এজন বিষয়াই কয় যে মৃত মহিলাগৰাকীক ২০ ফেব্ৰুৱাৰিৰ নিশা আই চি য়ুত ভৰ্তি কৰা হৈছিল আৰু সেই নিশাই মৃত্যুও হয়।

Apply Now

পৰিয়ালে মৃতদেহটো ঘৰলৈ লৈ যোৱাৰ পিছত দাহ কৰাৰ বাবে প্ৰস্তুত কৰোতে কাণৰ ফুলিযোৰ নথকাটো আৱিষ্কাৰ কৰে।

তাৰ পিছতে বাঘচোং গাওঁখনৰ (মহিলাগৰাকীৰ গাওঁ) কিছু সংখ্যক লোক পৰিয়ালৰ লোকৰ সৈতে চিকিৎসালয়খনলৈ আহে আৰু চিকিৎসালয়ৰ কৰ্মচাৰীয়ে ফুলিযোৰ চুৰ কৰা বুলি অভিযোগ তোলে।

কৰ্তৃপক্ষই CCTV ৰ ফুটেইজ পৰীক্ষা কৰে আৰু আই চি য়ুত কৰ্তব্যৰত ডেভিদ ভৰদ্বাজ নামৰ নিৰাপত্তাৰক্ষীজনে ফুলিযোৰ এৰুৱাই লোৱাটো ধৰা পৰে।

কৰ্তব্যৰ পিছত ঘৰলৈ যোৱা ভৰদ্বাজক মাতি অনা হয়। প্ৰথম অৱস্থাত তেওঁ অস্বীকাৰ কৰিছিল যদিও পিছত সৈ কাঢ়ে। নিৰাপত্তাৰক্ষীজনক আৰক্ষীক গতাই দিয়া হয়।

আনহাতে তেওঁৰ পত্নীয়ে ফুলিযোৰ আনি আৰক্ষীক হাতত চমজাই দিয়ে।

বিষয়াজনে জনোৱামতে, চিকিৎসালয়খনে ত্ৰিশূল ছিকিউৰিটি ছাৰ্ভিছ নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানিৰ পৰা নিৰাপত্তা কৰ্মী লয় আৰু কোম্পানিটোতো এখন অভিযোগ পত্ৰ দিয়া হৈছে।

“এইটোৱে আমাৰ চিকিৎসালয়খনলৈ বদনাম আনিব। এইটো কোম্পানিৰ পৰা ছিকিউৰিটি গাৰ্ড লোৱা হ’ব নে নহয় কমিটীয়ে পৰৱৰ্তী বৈঠকত সিদ্ধান্ত ল’ব”, বিষয়াজনে কয়।

জনপ্ৰিয়ভাৱে মিশ্যন হস্পিটেল হিচাপে খ্যাত খ্ৰীষ্টান মেডিকেল চেণ্টাৰ (Christian Medical Centre) যোৰহাটৰ এখন প্ৰাচীন আৰু প্ৰতিষ্ঠিত তথা সুনাম থকা চিকিৎসালয়। ব্ৰিটিছৰ যুগতে স্থাপন কৰা চিকিৎসালয়খনত শেহতীয়াকৈ এন আৰ এলে ঔদ্যোগিক সামাজিক দায়বদ্ধতাৰ অধীনত এটা অক্সিজেন প্লাণ্টো স্থাপন কৰিছিল।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd