• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত ইজৰাইলৰ দূতাবাসত বৃদ্ধি কৰা হ’ল নিৰাপত্তা; পৰিস্থিতিক লৈ সতৰ্ক ভাৰত

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 10, 2023 10:34 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হামাছ বাহিনীৰ সৈতে যুদ্ধত লিপ্ত হৈছে ইজৰাইল। এতিয়া ভাৰতত পৰিছে তাৰ ছাঁ! নতুন দিল্লীত থকা ইজৰাইলৰ দূতাবাসৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ইহুদী ধৰ্মীয় কেন্দ্ৰ চাবাদ হাউচতো নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। মঙলবাৰে দিল্লী আৰক্ষীৰ এজন বিষয়াই এই বৰ্ধিত নিৰাপত্তাৰ বিষয়ে অৱগত কৰে।

নতুন দিল্লীত ইজৰাইলৰ দূতাবাসৰ সমীপত অৱস্থিত স্থানীয় আৰক্ষী থানা। থানাখন মধ্য দিল্লীৰ চান্দনী চকত অৱস্থিত চাবাদ হাউচৰ পৰাও বেছি দূৰত নহয়। দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, এই দুটা স্থানত সতৰ্কতা বৃদ্ধি আৰু অতিৰিক্ত আৰক্ষী জোৱান নিয়োগ কৰাৰ নিৰ্দেশ লাভ কৰা হৈছে।

লগতে পঢ়কঃ ডেংগুৰ বাবে কমি গৈছে প্লেটলেট; চেন্নাইৰ হাস্পাতালত ভৰ্তি তাৰকা অ’পেনাৰ শুভমন গীল!

Apply Now

তাৰ পৰিপ্ৰেক্ষিততে মঙলবাৰে পুৱাৰে পৰা এই দুই স্থানত নিৰাপত্তা শক্তিশালী কৰা হৈছে। মূলতঃ ইজৰাইল আৰু হামাছ বাহিনীৰ মাজত চলি থকা যুদ্ধৰ বাবে প্ৰশাসনে এই দেশত থকা ইজৰাইলৰ দূতাবাসত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে যোৱা শনিবাৰে পুৱা হামাছ বাহিনীয়ে ইজৰাইলৰ ওপৰত প্ৰথম আক্ৰমণ চলাইছিল। তাৰ পিছত ইজৰাইলে ওলোটাই আক্ৰমণ কৰাত দুয়োপক্ষৰ মাজত তীব্ৰ যুদ্ধ আৰম্ভ হয়। ৰকেট বৰ্ষণ এতিয়াও অব্যাহত আছে।

এই যুদ্ধত ইতিমধ্যে প্ৰায় ডেৰ হাজাৰ লোকৰ মৃত্যু হৈছে। ২ হাজাৰৰো অধিক লোক আহত হৈছে। পৰিস্থিতি মোকাবিলা কৰিবলৈ ইজৰাইল চৰকাৰে গাজা সীমান্ত অৱৰোধ কৰাৰ কথা সকীয়াই দিছে। তাৰ পাছতে হামাছ বাহিনী আৰু অধিক আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে।

লগতে পঢ়কঃ কাশ্মীৰত পুনৰ গুলীৰ যুদ্ধ; সেনাৰ হাতত নিহত ২ লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী

ইপিনে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে সকীয়াই দিছে যে ইয়াৰ বিনিময়ত বৃহৎ মূল্য ভৰিব লাগিব। তেওঁ হামাছ বাহিনীক আই এছ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তুলনা কৰি আন দেশৰ সমৰ্থনৰ বাবে আবেদন জনাইছে। ইতিমধ্যে আমেৰিকা, ব্ৰিটেইনকে ধৰি বহু দেশে ইজৰাইলক সমৰ্থন কৰিছে। ভাৰতেও ইজৰাইলৰ কাষত থিয় দিছে। 

এন ই নাও  নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd