• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিলে গায়িকা চেলেনা গোমেজে; প্ৰেমিক বেনীৰ সৈতে গোপনে পাতিলে বিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2025 2:03 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰসিদ্ধ পপ তাৰকা চেলেনা গোমেজে যোৱা বছৰৰ ডিচেম্বৰ মাহত দীৰ্ঘদিনৰ প্ৰেমিক বেনি ব্লাংকোৰ সৈতে নিজৰ বাগদান সম্পূৰ্ণ কৰিছিল। ন মাহৰ পাছত তেওঁলোকে বিবাহপাশত আৱদ্ধ হ’ল; তেওঁলোকৰ দীৰ্ঘদিনীয়া প্ৰেমে পূৰ্ণতা পালে।

দেওবাৰে (২৮ ছেপ্টেম্বৰ) ইনষ্টাগ্ৰামত চেলেনা গোমেজে বিয়াৰ খবৰ নিশ্চিত কৰে। শিল্পীগৰাকীয়ে একেলগে এই অনুষ্ঠানৰ কেইবাখনো ফটোও প্ৰকাশ কৰে। কেপচনত তেওঁ বিশেষ তাৰিখটো উল্লেখ কৰিছিল – ‘৯-২৭-২৫’। অৰ্থাৎ শনিবাৰে ২৭ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হৈছে তাৰকা দম্পতীহাল।

Apply Now

ফটোসমূহত নৱবিবাহিত দম্পতীয়ে চুম্বনৰত হৈ আলিংগন কৰা দেখা গৈছে। চেলেনাই ইনষ্টাগ্ৰামত ফটোখন পোষ্ট কৰাৰ পিছত বেনি ব্লাংকোৱে মন্তব্য কৰে, ‘মোৰ প্ৰকৃত পত্নী’। বিয়াৰ সাজ-পোছাকত চেলেনা আছিল অনবদ্য। বগা ৰঙৰ গাউন পিন্ধি থকা দেখা গৈছে শিল্পীগৰাকীক। পোছাকত ফুলৰ এম্ব্ৰয়ডাৰী আছিল। আনহাতে, বেনি ব্লাংকোৱেও ৰালফ লৰেনৰ ক’লা টাক্সেডো আৰু ব’ টাই পিন্ধিছিল।

দুয়োকে দেখাত ৰূপকথাৰ নায়ক-নায়িকা যেন লাগিছিল। চেলেনা গোমেজৰ নতুন জীৱনযাত্ৰক অনুৰাগী আৰু সহকৰ্মীসকলে মৰমেৰে উপচাই দিছে। মাত্ৰ তিনি ঘণ্টাৰ ভিতৰতে চেলেনাৰ এই পোষ্টটোৱে লাভ কৰিছে ৭০ লাখৰো অধিক প্ৰতিক্ৰিয়া।

বিয়াখনৰ আয়োজনত আছিল তাৰকাৰ সমাৱেশ। পৰিকল্পনা কৰিছে মিণ্ডী ৱেইছে। এল এনকেণ্টো হোটেলত এৰাতিৰ বাবে অতিথিসকলৰ বাবে কোঠা বুকিং কৰা হৈছিল, য’ত এটা কোঠাৰ ভাড়া ৩৫০০ ডলাৰতকৈও অধিক। এই বিয়াত চেলেনা আৰু বেনীৰ পৰিয়াল, তেওঁলোকৰ ঘনিষ্ঠ দীৰ্ঘদিনীয়া বন্ধু কেইগৰাকীমান আৰু সহকৰ্মীও উপস্থিত থাকে।

উল্লেখ্য যে অনুৰাগীসকলে বহুদিনৰ পৰাই চেলেনা গোমেজৰ ব্যক্তিগত জীৱনক লৈ কৌতুহলী হৈ আহিছে। বিশেষকৈ কানাডাৰ গায়ক জাষ্টিন বিবাৰৰ সৈতে থকা সম্পৰ্কৰ বাবে বহুবাৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। কিন্তু, সেই সম্পৰ্কটোও স্থায়ী নহ’ল। ৬ বছৰীয়া সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত ২০১৮ চনত হেলী বাল্ডউইনৰ সৈতে জাষ্টিনে বাগ্দান কৰে। চেলেনাই এই কথা গম পাই যথেষ্ট আঘাত পাইছিল।

ইয়াৰ পিছত চেলেনাই নিজৰ কামত মনোনিৱেশ কৰে। ২০১৯ চনত সংগীতজ্ঞ বেনি ব্লাংকোৰ সৈতে এটা গীতৰ কাম কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে। তাৰ পিছত কেইবছৰমান পাৰ হৈ গ’ল। ২০২৩ চনৰ ডিচেম্বৰ মাহত তেওঁলোকৰ প্ৰেম ৰাজহুৱা কৰিছিল। বেনিৰ সৈতে ৫ বছৰীয়া সম্পৰ্কৰ পিছত অৱশেষত চেলেনাৰ প্ৰেমে পূৰ্ণতা লাভ কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd